• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ বাবে দুজন ক্ৰিকেটাৰৰ কেৰিয়াৰ এতিয়া সংকটত!, ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 26, 2020 10:12 am

1 min read

প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ বাবে দুজন ক্ৰিকেটাৰৰ কেৰিয়াৰ এতিয়া সংকটত!, ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা
1.5k
VIEWS
Share on FacebookShare on Twitter

মেলবৰ্ণত আজিৰ পৰা আৰম্ভ হোৱা দ্বিতীয়খন টেষ্ট মেচৰ বাবে ভাৰতীয় দলৰ মূল একাদশ ঘোষণা কৰাৰ পিছতেই ক্ৰিকেট অনুৰাগী সকলৰ তীৰ্যক সমালোচনাৰ সন্মুখীন হৈছে প্ৰশিক্ষক ৰবি শাস্ত্ৰী।

বিৰাট কোহলীৰ অনুপস্থিতিত অভিজ্ঞ বেটছমেন হিচাপে কে এল ৰাহুলে দলত স্থান লাভ কৰিব লাগিছিল বুলি অনুৰাগীসকলে মত প্ৰকাশ কৰিছে।

এজন অনুৰাগীয়ে টুইটাৰৰ জৰিয়তে আক্ষেপ প্ৰকাশ কৰি কয় যে ৰবি শাস্ত্ৰীৰ বাবে ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ কেৰিয়াৰ এতিয়া সংকটত।

ছ’চিয়েল মিডিয়াত ৰবি শাস্ত্ৰীক বিভিন্নজনে বিভিন্ন ধৰণে তথা অশালীন মন্তব্যৰে আক্ৰমণ কৰিছে।

উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হোৱা দ্বিতীয়খন টেষ্ট মেচৰ বাবে ভাৰতীয় দলৰ মূল একাদশত চাৰিটা সাল-সলনি ঘটোৱা হৈছে।

একাদশত স্থান লাভ কৰিছে শুভমন গীল, ৰবিন্দ্ৰ জাদেজা, ঋষভ পণ্ট আৰু মহম্মদ ছিৰাজে।

উল্লেখ্য যে দীৰ্ঘ সময়ৰে পৰা সুন্দৰ ফৰ্মত আছে কে এল ৰাহুল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল আৰু আই পি এলতো সৰ্বাধিক ৰান বনোৱা বেটছমেন আছিল।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd