• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০ অক্টোবৰৰ পৰা আই এছ এলৰ মহাৰণ; বেংগালুৰু এফ চিৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব নৰ্থ-ইষ্ট য়ুনাটেডে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2019 11:24 am
Koke

নৰ্থ-ইষ্ট য়ুনাইটেড। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ অক্টোবৰৰ ২০ তাৰিখৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ফুটবলৰ মহাৰণ ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)।

প্ৰতিযোগিতাখনত নৰ্থ-ইষ্ট য়ুনাইটেডে ২১ অক্টোবৰত বেংগালুৰুৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব।

Apply Now

বিগত আই এছ এলত নৰ্থ-ইষ্ট য়ুনাইটেডে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে, ২০ অক্টোবৰত কোচিত আৰম্ভ হ’বলগীয়া আই এছ এলৰ উদ্বোধনী খেলত কেৰালা ব্লাষ্টাৰ্ছে এথলেটিকো দ্যা কলকাতাৰ মুখামুখি হ’ব।

আনহাতে, নৰ্থ-ইষ্ট য়ুনাইটেডে ২৬ অক্টোবৰত দিল্লী ডায়ানামোজৰ বিৰুদ্ধে গুৱাহাটীত ঘৰুৱা দৰ্শকৰ সন্মুখত খেলিব।

আই এছ এল-২০১৯-২০ত নৰ্থ-ইষ্ট য়ুনাইটেডৰ গুৱাহাটীত হ’বলগীয়া খেলৰ সূচী-

তাৰিখ                                                          প্ৰতিপক্ষ  

২৬ অক্টোবৰ, ২০১৯                                          দিল্লী ডায়ানামোজ

১ নৱেম্বৰ, ২০১৯                                                এফ চি গোৱা

২৭ নৱেম্বৰ, ২০১৯                                                মুম্বাই চিটী এফ চি

৭ ডিচেম্বৰ, ২০১৯                                                  এ টি কে

১২ ডিচেম্বৰ, ২০১৯                                                 চেন্নাই এফ চি

১৮ ডিচেম্বৰ, ২০১৯                                               বেংগালুৰু এফ চি

২ জানুৱাৰী,২০২০                                              জামছেদপুৰ এফ চি

৯ ফেব্ৰুৱাৰি, ২০২০                                            কেৰালা ব্লাষ্টাৰ্ছ

২০ ফেব্ৰুৱাৰি, ২০২০                                              এফ চি পুণে

 

আনহাতে, নৰ্থ-ইষ্ট য়ুনাইটেডে ঘৰৰ বাহিৰত ৬ নৱেম্বৰত এফ চি পুণে চিটী, ২ ডিচেম্বৰত জামছেদপুৰ এফ চি, ২৮ ডিচেম্বৰত কেৰালা ব্লাষ্টাৰ্ছ এফ চি, ৮ জানুৱাৰিত এফ চি গোৱা, ১৬ জানুৱাৰিত চেন্নায়েন এফ চি, ২৭ জানুৱাৰিত এ টি কে, ৩১ জানুৱাৰিত মুম্বাই চিটী এফ চি আৰু ১৪ ফেব্ৰুৱাৰিত দিল্লী ডায়ানামোজ এফ চিৰ বিৰুদ্ধে খেলিব।

আগন্তুক আই এছ এলত নৰ্থ-ইষ্ট য়ুনাইটেডে উন্নত প্ৰদৰ্শন দাঙি ধৰি খিতাপ অৰ্জন কৰি বুলি আশাবাদী দলটোৰ প্ৰশিক্ষক, অধিনায়ককে ধৰি সমৰ্থকসকল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd