• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি গুৰুত্বহীন মেচত নৰ্থ-ইষ্ট য়ুনাইটেডৰ সন্মুখত হায়দৰাবাদ এফ চি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 20, 2020 11:04 am

1 min read

islhyderabadfc-1582126798
2.7k
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাগত ১২ খন মেচত জয়ৰ মুখ নেদেখা নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে আজি হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে খেলিব।

সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হ’ব লগা মেচখন দুয়োটা দলৰ বাবেই গুৰুত্বহীন। কিয়নো নৰ্থ-ইষ্ট য়ুনাইটেড আৰু হায়দৰাবাদ এফ চি পইণ্ট তালিকাৰ অন্তিম স্থানত আছে।

আজিৰ মেচখনৰ পিছত অহা ২৫ ফেব্ৰুৱাৰিত নৰ্থ-ইষ্ট য়ুনাইটেডে সৰুসজাইতে লীগৰ অন্তিমখন মেচ চেন্নাইন এফ চিৰ বিৰুদ্ধে খেলিব।

ইফালে ছিজনৰ অন্তিমখন মেচ খেলিবলগীয়া হায়দৰাবাদৰ হতাশাজনক বিষয়টো হ’ল দলটোৱে মাত্ৰ এখন মেচতহে জয়লাভ কৰিছে।

১৭ খন মেচৰ ১২ খনত পৰাস্ত আৰু ক্ৰমাগতভাৱে ১৪খন মেচত দেখা নাই জয়ৰ মুখ। দলৰ মুঠ পইণ্ট সাত। সেয়ে জয়েৰে ছিজনৰ সামৰণি পেলোৱাৰ চেষ্টা চলাব দলটোৱে।

আনহাতে উত্তৰ-পূবৰ দৰ্শকক সম্পূৰ্ণ হতাশগ্ৰস্ত কৰা নৰ্থ-ইষ্টে আজিৰ মেচখনত বিজয়ী হৈ তালিকাৰ সন্মানজনক স্থিতিত থকাৰ লক্ষ্য লৈছে।

দলটোৱে এই পৰ্যন্ত খেলা ১৬ খন মেচৰ পৰা পইণ্ট সংগ্ৰহ কৰিছে মমাত্ৰ ১৩।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd