• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীঘ্ৰে অপসাৰণ কৰক এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক : নদৱাতুত তামীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2018 9:44 am
Prateek-Hajela-570x320

প্ৰতীক হাজেলাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হৈ যোৱাৰ পাছত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই খচৰাৰ পৰা বাদ পৰা লোকসকলৰ ক্ষেত্ৰত দাবী আবেদনৰ লগত সংলগ্ন কৰিব পৰা নথি সন্দৰ্ভত উচ্চতম ন্যায়ালয়লৈ এক তাৎপৰ্যমূলক পৰামৰ্শ প্ৰেৰণ কৰিছিল।

এই পৰামৰ্শ ৰাজহুৱা হোৱাৰ পাছতে এতিয়া অসমৰ সৰ্বত্ৰে প্ৰতীক হাজেলাৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ হোৱাৰ লগতে কিছু দল-সংগঠনে সমন্বয়গৰাকীক অপসাৰণৰো দাবী উত্থাপন কৰে।

Apply Now

উল্লেখ্য যে শেহতীয়াকৈ এন আৰ চিৰ চূড়ান্ত খচৰা সন্দৰ্ভত ওজৰ-আপত্তি নিষ্পত্তি কৰাৰ বাবে পূৰ্বৰ ১৫ প্ৰকাৰৰ নথিৰ ভিতৰত ৫ বিধ নথি অগ্ৰাহ্য কৰিবলৈ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়লৈ এক পৰামৰ্শ প্ৰেৰণ কৰিছিল। এই পত্ৰ ৰাজহুৱা হোৱাৰ পাছতে এতিয়া সমন্বয়ক প্ৰতীক হাজেলাক শীঘ্ৰে অপসাৰণৰ দাবী উত্থাপন কৰিছে উত্তৰ-পূব ভাৰত এমাৰতে শৰয়ীয়াহ আৰু নদৱাতুত তামীৰ নামৰ ইছলামিক সংগঠনটোৱে।

সংগঠনটোৱে বুধবাৰে শিলচৰত এখন সংবাদমেল অনুষ্ঠিত কৰি হাজেলাক অপসাৰণৰ দাবী উত্থাপন কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক তথা প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান মাঝাৰ ভূঞাই কয় যে চৰকাৰে হাজেলাৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰিলে সংগঠনটোৱে প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী পালন কৰিব।

সংবাদমেলত তেওঁ আৰু কয়, ‘বহু প্ৰকৃত ভাৰতীয় নাগৰিকক ডি ভোটাৰ সজোৱা হৈছে। এই নাগৰিকসকলে এতিয়া নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ হোৱাত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে’।

ইফালে সংবাদমেলত উপস্থিত থকা সংগঠনটোৰ কৰ্মকৰ্তা ক্ৰমে মৌলানা বদৰুল হক, মৌলানা য়ুছুফ আলী, মৌলানা ফৰীদ উদ্দিন আহমেদ চৌধুৰী, মৌলানা ফজলুৰ ৰহমান লস্কৰ, মৌলানা নয়ীম উদ্দিন চৌধুৰী আদিয়ে এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত ৰাজ্যিক সমন্বয়ক হাজেলাই গ্ৰহণ কৰা ভূমিকাক তীব্ৰ গৰিহণা প্ৰদান কৰে।

আনহাতে সংবাদমেলতে সংগঠনটোৰ নেতৃ-বৃন্দই অভিযোগ কৰে যে প্ৰাক্তন বিধায়ক মাঝাৰ ভূঞাৰ নাম প্ৰথম খচৰাত প্ৰকাশ পোৱাৰ পাছতো কিয় চূড়ান্ত খচৰাত তেওঁৰ নাম অন্তৰ্ভুক্ত নহ’ল সেয়া এক গভীৰ ৰহস্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd