• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লেবাননত ইজৰাইলৰ সেনাই ব্যৱহাৰ কৰিছে ‘ৰাসায়নিক অস্ত্ৰ’! অভিযোগ মানৱাধিকাৰ সংস্থাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2026 8:57 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি লেবাননৰ আৱাসিক এলেকাত ব্যৱহাৰ কৰা হৈছে মাৰাত্মক বগা ফছফৰাছ অস্ত্ৰ! ইজৰাইলৰ বিৰুদ্ধে এনে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ মানৱ অধিকাৰ সংগঠনে।

নিউয়ৰ্কস্থিত হিউমেন ৰাইটছ ৱাচে তেওঁলোকৰ হাতলৈ অহা সাতখন ফটোৰ সত্যাসত্য নিৰূপণ কৰি এই দাবী কৰিছে। তেওঁলোকৰ অভিযোগ যে বেঞ্জামিন নেতানিয়াহুৰ দেশখনে ৩ মাৰ্চত দক্ষিণ লেবাননৰ ইয়োহম’ৰ চহৰৰ আৱাসিক এলেকাত এই মাৰাত্মক ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিছিল।

Apply Now

হিউমেন ৰাইটছ ৱাচৰ গৱেষক ৰামজী কাইছে কয়, ‘এটা আৱাসিক এলেকাত এই অবৈধ অস্ত্ৰ ব্যৱহাৰে তাত থকা বাসিন্দাসকলৰ জীৱন বিপদত পেলাইছে। ইয়াৰ ফলত ভয়ংকৰ জুইৰ সৃষ্টি হ’ব পাৰে। ফলত বহু লোকৰ মৃত্যু হ’ব পাৰে।’

এই ৰাসায়নিক অস্ত্ৰৰ প্ৰভাৱত অঞ্চলটোৰ দুটা ঘৰত জুই লাগিছিল বুলিও জনা গৈছে। এই বগা ফছফৰাছ অতি জ্বলনশীল ৰাসায়নিক পদাৰ্থ। এই ৰাসায়নিক পদাৰ্থ অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে সহজেই জুই লাগে। ফলত এই অস্ত্ৰ ব্যৱহাৰ কৰিলে বৃহৎ অঞ্চলৰ ঘৰ-দুৱাৰ, খেতি পথাৰত জুই লাগিব পাৰে। এই ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু অংগ বিকলতাও হ’ব পাৰে।

আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি কিছুমান ক্ষেত্ৰত বগা ফছফৰাছ ব্যৱহাৰ কৰিব পাৰি যদিও এই ৰাসায়নিক পদাৰ্থটো কোনোমতে এয়াৰবাৰ্ষ্ট (বায়ুৰ মাজত বিস্ফোৰণ) কৰিব নোৱাৰি।

অৱশ্যে ইজৰাইলে বগা ফছফৰাছ ব্যৱহাৰ কৰাৰ অভিযোগ এইটো প্ৰথম নহয়। ২০২৩ চনতো নেতানিয়াহুৰ দেশখনে গাজা আৰু লেবাননত এই অস্ত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। যদিও ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে সেই অভিযোগ অস্বীকাৰ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

July 19, 2026 9:40 pm
ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

July 19, 2026 8:53 pm
গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

গুজৰাটলৈ পুনৰ সৰবৰাহ হ’ব নেকি অৰুণাচলৰ হাতী! ডিৰকত প্ৰৱেশ সন্দেহযুক্ত বাহনৰ, ৰাজনৈতিক পৃষ্ঠপোষকতাৰ গুৰুতৰ অভিযোগ

July 19, 2026 8:27 pm
সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

July 19, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

পত্নীৰ নামত ৪২ বিঘা মাটি আৰু কোটিটকীয়া অট্টালিকা! মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

July 19, 2026 9:40 pm
ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

ৰাহুল গান্ধীৰ ‘ছাত্ৰো কি গুঞ্জ’ কাৰ্যসূচী সন্দৰ্ভত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

July 19, 2026 8:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd