• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিস্ময়! কান্ধৰ পৰা বিচ্ছিন্ন হোৱা মূৰ পুনৰ জোৰা লাগিল; অস্ত্ৰোপচাৰেৰে চিকিৎসকৰ অসাধ্য সাধন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 10:02 am
ফটো সৌজন্য: দ্য ডেইলী মেইল।

ফটো সৌজন্য: দ্য ডেইলী মেইল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কান্ধৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ পৰা মূৰটো পুনৰ জোৰা লগোৱা হ’ল! জীৱন্তে ঘৰলৈ উভতিল এগৰাকী নাবালক! কেৱল সেয়াই নহয়, কোনো সহায় নোলোৱাকৈ তেওঁ খোজ কাঢ়িও ফুৰিছে! হয়, আপুনি ঠিকেই পঢ়িছে। বিশ্বাস কৰিব নোৱাৰা যেন লাগিলেও এয়া সঁচা। ইজৰাইলৰ চিকিৎসকে এইটো অসম্ভৱ কৰি তুলিছে। এনে এটা চাঞ্চল্যকৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

বাতৰি অনুসৰি, এক ভয়ংকৰ দুৰ্ঘটনাত চুলেমান হাছান নামৰ ১২ বছৰীয়া ল’ৰা এটাৰ ডিঙি আৰু মূৰ প্ৰায় সম্পূৰ্ণৰূপে পৃথক হৈ পৰে। সেই পৰিস্থিতিত ল’ৰাজনক বিমানযোগে ইজৰাইলৰ হাদাছাহ মেডিকেল চেণ্টাৰলৈ লৈ যোৱা হয়। তাৰ পিছত তেওঁক জৰুৰীকালীন অস্ত্ৰোপচাৰৰ বাবে ক্ষীপ্ৰতাৰে প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক: ৰাজপথত আঁঠুকাঢ়ি ক্ষমা প্ৰাৰ্থনা; যুৱতীলৈ ‘অশ্লীল’ মেচেজ প্ৰেৰণ কৰা আৰক্ষী বিষয়াক এইবাৰ নিলম্বন

Apply Now

সেই চিকিৎসালয়ৰ অৰ্থপেডিক চাৰ্জন ওহাদ আইনভে কৈছে, “দুৰ্ঘটনাটোত ল’ৰাটোৰ মূৰটো ডিঙিৰ পৰা প্ৰায় সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছিল। ফলত অস্ত্ৰোপচাৰটো অতি জটিল আছিল। আমাৰ কেইবা ঘণ্টা সময় লাগিছিল। ঘাঁত নতুন প্লেট লগাব লগা হ’ল।”

তেওঁ লগতে কয়, ‘’আমাৰ মূল লক্ষ্য আছিল শিশুটিৰ জীৱন ৰক্ষা কৰা। আমাৰ অভিজ্ঞতা আৰু উন্নত চিকিৎসা প্ৰযুক্তিয়ে এই অস্ত্ৰোপচাৰ সফল কৰি তুলিছে। কিন্তু সঁচাকৈয়ে ই এক অলৌকিক ঘটনা। কাৰণ ল’ৰাটোৰ জীয়াই থকাৰ সম্ভাৱনা আছিল ৫০ শতাংশ। কিন্তু সকলো ডাক্তৰে ল’ৰাটোৰ জীৱন বচাবলৈ যুঁজ দিলে।”

চিকিৎসকৰ সৈতে নাবালক চুলেমান হাছান। ফটো: সংগ্ৰহীত।

যোৱা জুন মাহত সংঘটিত হৈছিল এই ঘটনা। জুলাই মাহৰ আগতে সেই চিকিৎসালয়ৰ চিকিৎসকে এই বিষয়ে কোনো তথ্য দিব বিচৰা নাছিল। শেহতীয়াকৈ চুলেমানক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। অৱশ্যে তেওঁৰ ডিঙিত ছাৰ্ভাইকেল স্প্লিণ্ট সংলগ্ন হৈ আছে। আগন্তুক দিনতো ​​চুলেমানৰ শাৰীৰিক অৱস্থাৰ ওপৰত চকু ৰাখিব চিকিৎসালয় কৰ্তৃপক্ষই।

এই সন্দৰ্ভত ডাঃ আইনভে কয়, “চুলেমানৰ কোনো স্নায়ুজনিত সমস্যা নাই। শৰীৰত কোনো অস্বাভাৱিকতা নাই। আনকি তেওঁ কোনো ছাপোৰ্ট নোহোৱাকৈ খোজ কাঢ়িবও পাৰিছে।”

লগতে পঢ়ক: মণিপুৰৰ অশান্তিত ইন্ধন থাকিব পাৰে অনুপ্ৰৱেশকাৰীৰ; দাবী মণিপুৰৰ ৰাজ্যপাল উইকেৰ

জানিব পৰা মতে, চুলেমানৰ চাইকেলখনৰ সৈতে এখন গাড়ীৰ সংঘৰ্ষ হৈছিল। সেইবাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। চিকিৎসালয়ৰ পৰা অনাৰ পিছত পিতৃয়ে পুত্ৰক এক মুহূৰ্তৰ বাবেও কাষৰ পৰা এৰি দিয়া নাই। তেওঁ একমাত্ৰ সন্তানটোক সুস্থ কৰি তোলাৰ বাবে চিকিৎসকসকলক আৰু চিকিৎসালয় কৰ্তৃপক্ষক ধন্যবাদ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd