• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰৰ অশান্তিত ইন্ধন থাকিব পাৰে অনুপ্ৰৱেশকাৰীৰ; দাবী মণিপুৰৰ ৰাজ্যপাল উইকেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2023 8:18 am
ৰাজ্যখনৰ সংঘৰ্ষ আক্ৰান্ত অঞ্চল পৰিদৰ্শনকালত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকে। ফটো: সংগ্ৰহীত।

ৰাজ্যখনৰ সংঘৰ্ষ আক্ৰান্ত অঞ্চল পৰিদৰ্শনকালত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকে। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুপ্ৰৱেশকাৰীয়েই হ’ব পাৰে মণিপুৰৰ অশান্তিৰ আঁৰৰ ইন্ধন। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সুৰতে এইবাৰ দাবী কৰিলে ৰাজ্যখনৰ ৰাজ্যপাল অনুসূয়া উইকে-য়ে। মে’ মাহৰ আৰম্ভণিৰে পৰা মণিপুৰত অশান্তি অব্যাহত আছে। মুখ্যমন্ত্ৰী বীৰেণ সিঙে দাবী কৰিছিল যে সীমান্ত অতিক্ৰম কৰা লোকৰ বাবেই মণিপুৰ অশান্ত হৈ পৰিছে। এইবাৰ ৰাজ্যপালেও সেই কথাকে দোহাৰিলে।

ৰাজ্যপালগৰাকীয়ে ভাৰত-ম্যানমাৰ সীমান্তৰ ফালেই আঙুলিয়াইছে। শুকুৰবাৰে মণিপুৰৰ ৰাজভৱনৰ পৰা ৰাজ্যপালৰ বক্তব্যৰ ব্যাখ্যা দি কোৱা হয় যে, “মণিপুৰত অশান্তি বিয়পোৱাৰ লক্ষ্যৰে একাংশ দেশবিৰোধী লোকে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰাৰ তথ্য চোৰাংচোৱা সূত্ৰৰ পৰা ৰাজ্যপালগৰাকীয়ে লাভ কৰিছে।”

লগতে পঢ়ক: অসন্তুষ্ট মহিলাসকলে দিয়ে এনে ইংগিত; পতিসকলে নুবুজিলেই বিপদ! কি কৈছে চাণক্য নীতিয়ে?

Apply Now

উল্লেখ্য যে বৃহস্পতিবাৰে ইম্ফল পূৱ জিলাৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি ৰাজ্যপাল অনুসূয়াই ইংগিত দিয়ে যে মণিপুৰৰ হিংসাত্মক পৰিস্থিতিত অবৈধভাৱে সীমান্ত পাৰ হৈ অহা লোকসকলে ইন্ধন যোগাব পাৰে।

কিছুদিন পূৰ্বে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ সৈতে ৰাজ্যপাল অনুসূয়াৰ এই বক্তব্যৰ মিল আছে। বীৰেণ সিং চৰকাৰে আৰম্ভণিৰে পৰা দাবী কৰি আহিছে যে ম্যানমাৰৰ পৰা মণিপুৰত অবৈধভাৱে প্ৰৱেশ কৰা লোকসকলে বনাঞ্চলৰ ভূমি বেদখল কৰিছে আৰু তেওঁলোকেই ৰাজ্যখনত গোষ্ঠীগত সংঘৰ্ষৰ আঁৰত আছে।

লগতে পঢ়ক: অভিনয় ত্যাগ কৰি যৌনকৰ্মী হৈ শেষ জীৱনত ভিক্ষা খুজি অনাহাৰে মৃত্যুবৰণ কৰিলে এইগৰাকী অভিনেত্ৰী

যোৱা ৩ মে’ৰ পৰা মণিপুৰত আৰম্ভ হোৱা হিংসাত্মক ঘটনাত ১৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। কমেও ৬০ হাজাৰ লোক গৃহহীন হৈছে। সেনাবাহিনী নিয়োগ কৰা হৈছে। কিন্তু একোৱেই অশান্তি ৰোধ কৰিব পৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd