• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘ইজৰাইলৰ এগৰাকী প্ৰকৃত বন্ধু”; সুশান্তৰ মৃত্যুত ইজৰাইলৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ শোক প্ৰকাশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 17, 2020 9:21 pm

1 min read

sushant-singh-wedding-1592142216

সুশান্ত সিং ৰাজপুত

8.5k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ জনপ্ৰিয় যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ইজৰাইলে।

ইজৰাইলৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ সহকাৰী সঞ্চালক প্ৰধান জিলাদ কোহেনে সুশান্তৰ মৃত্যুত শোক ব্যক্ত কৰি টুইট কৰে।

”ইজৰাইলৰ প্ৰকৃত বন্ধু সুশান্ত সিং ৰাজপুতৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছো, তোমাৰ অনুপস্থিতি অনুভৱ কৰা যাব,” কোহেনে লিখে।

আনহাতে, টুইটাৰত কোহেনে সুশান্ত সিং ৰাজপুতৰ মৃত্যুত শোক ব্যক্ত কৰাৰ লগতে সুশান্তৰ চলচ্চিত্ৰ ড্ৰাইভৰ ‘মাখনা’ শীৰ্ষক গীতৰ ভিডিঅ’ৰ লিংক সংলগ্ন কৰে।

‘মাখনা’ গীতটোৰ শ্বুটিং ইজৰাইলত সম্পন্ন কৰা হৈছিল।

উল্লেখযোগ্য যে, সুশান্ত সিং ৰাজপুতে মুম্বাইৰ বান্দ্ৰাস্থিত নিজ বাসগৃহত চীপ লৈ আত্মহত্যা কৰিছিল।

অভিনেতা গৰাকীৰ মৃত্যুৰ পাছতে তেওঁৰ দেশে-বিদেশে থকা অনুৰাগী সকলে গভীৰ শোক ব্যক্ত কৰিছে।

ভাৰতীয় ক্ৰিকেটাৰ সকলৰ লগতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ শ্বেন ৱাটছন, ডেভিড ৱাৰ্ণাৰেও সুশান্তৰ মৃত্যুত স্তম্ভিত হৈ শোক প্ৰকাশ কৰিছিল।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd