• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিষাক্ত আৰ্ছেনিক পান কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন ইছৰোৰ বিজ্ঞানীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2021 11:07 am
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

180
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ বিজ্ঞানী তপন মিশ্ৰই তেওঁক বিষ পান কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

মিশ্ৰৰ এই অভিযোগৰ পাছতে বিজ্ঞ মহলত যথেষ্ট খলকনিৰ সৃষ্টি হৈছে।

২০১৭ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বাংগালুৰুস্থিত মুখ্য কাৰ্য্যালয়ত কৰ্মৰত হৈ থকা সময়তে তপন মিশ্ৰক আৰ্ছেনিক ট্ৰাইঅক্সাইড পান কৰোৱাৰ চেষ্টা কৰা হৈছিল বুলি মিশ্ৰই দাবী কৰে।

‘‘ইছৰোৰ মুখ্য কাৰ্য্যালয়ত দোছা আৰু চাটনিৰ সৈতে আৰ্ছেনিক ট্ৰাইঅক্সাইড মিহলি কৰি মোক দিয়া হৈছিল,’’ তপন মিশ্ৰই কয়।

‘‘ইয়াৰ পাছত মোৰ অৱস্থা যথেষ্ট শোচনীয় হৈ পৰিছিল……মোৰ প্ৰচুৰ আভ্যন্তৰীণ ৰক্তক্ষৰণ হৈছিল,’’ বিজ্ঞানী তপন মিশ্ৰই লগতে উল্লেখ কৰে।

আনহাতে, ২০২০ চনতো তপন মিশ্ৰক পুনৰ বাৰ বিষ পান কৰোৱাৰ চেষ্টা কৰা হৈছিল বুলি অভিযোগ কৰে মিশ্ৰই।

২০২০ চনত পুনৰবাৰ বিজ্ঞানী গৰাকীক বিষ পান কৰোৱাৰ চেষ্টা কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰি ইয়াৰ ফলত তেওঁৰ ক্ষতি হোৱা গাৰ ছালৰো আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

ইছৰোৰ বিজ্ঞানী গৰাকীৰ এই দাবীৰ পাছত ইছৰোৰ তৰফৰ পৰা কেনেধৰণৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হয় সেয়া লক্ষ্যণীয় হ’ব।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd