• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৩ বছৰীয়া যুৱতীক ধৰ্ষণ : ৯ বছৰৰ কাৰাবাস ব্ৰাজিলৰ তাৰকা ফুটবলাৰ ৰবিনহোৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2020 2:23 pm
index.jpgx
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰাজিলৰ তাৰকা ফুটবলাৰ ৰবিনহোক এক ধৰ্ষণ কাণ্ডত জড়িত থকাৰ অপৰাধত ৯ বছৰৰ কাৰাদণ্ড বিহিছে ইটালিৰ মিলানৰ আদালতে।

উল্লেখ্য যে ২০১৩ চনৰ এটা ধৰ্ষণ কাণ্ডত জড়িত থকাৰ অভিযোগত ইটালিত ব্ৰাজিলৰ তাৰকা ফুটবলাৰ গৰাকীৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছিল।

Apply Now

জানিব পৰা মতে ২০১৩ চনত ইটালিৰ বিখ্যাত ক্লাৱ এচি মিলানৰ সৈতে খেলি থকাৰ অৱস্থাত এটা নাইট ক্লাৱত আলবেনীয় বংশোদ্ভূত এগৰাকী ২৩ বছৰীয়া যুৱতীক ধৰ্ষণ কৰিছিল ৰবিনহোৱে।

ঘটনা সংঘটিত কৰাৰ দিনা ৰবিনহোৱে নিজৰ বন্ধুৰ সৈতে উক্ত নাইট ক্লাৱত পাৰ্টি কৰিবলৈ গৈছিল আৰু যুৱতী গৰাকীয়ে সেইদিনাই নিজৰ ২৩ বছৰীয়া বাৰ্থদে’ পাৰ্টি কৰিছিল।

উক্ত পাৰ্টিতে যুৱতী গৰাকীৰ সৈতে ফুটবলাৰ ৰবিনহোৰ পৰিচয় ঘটে আৰু বন্ধুৰ সৈতে যুৱতীগৰাকীক ধৰ্ষণ কৰে বুলি যুৱতী গৰাকীয়ে অভিযোগ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিতে মিলানত ৰবিনহোৰ বিৰুদ্ধে ধৰ্ষণৰ বিচাৰ চলোৱা হয় আৰু ২০১৭ চনত তেওঁক দোষী সাৱস্ত্য কৰে আদালতে।

সেই ৰায়ৰ বিৰুদ্ধে ৰবিনহোৱে আদালাত প্ৰত্যাহ্বান জনায় আবেদন কৰে আৰু আদালতে সেই আবেদন গ্ৰহণ কৰি পুনৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। অৱশেষত ৰবিনহোক দোষী সাৱস্ত্য কৰি ৯ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছে মিলানৰ আদালতে।

ইফালে ৩৬ বছৰীয়া ব্ৰাজিল জাতীয় দলৰ প্ৰাক্তন তাৰকা ফুটবাৰ গৰাকীয়ে বিপদৰ গোন্ধ পায়ে ইটালি এৰি ব্ৰাজিলৰ বিখ্যাত ক্লাৱ ছাণ্টোছৰ সৈতে চুক্তিৱদ্ধ হৈছিল।

ধৰ্ষণ কাণ্ডত জড়িত থকাৰ বাবে ব্ৰাজিলত ৰবিনহোৰ চুক্তি বাতিল কৰিবলৈ ছাণ্টোছৰ বিৰুদ্ধে তীব্ৰ জনমত গঠন হয় আৰু অৱশেষ ছাণ্টোছে ৰবিনহোৰ সৈতে চুক্তি বাতিল কৰে।

উল্লেখ্য যে ৰবিনহোৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। ইংলেণ্ডৰ বিখ্যাত ক্লাৱ মাঞ্চেটাৰ চিটিৰ হৈ খেলি থাকোতেও এটা নাইট ক্লাৱত এগৰাকী মহিলাক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল যদিও সাক্ষ্য প্ৰমাণৰ অভাৱত সেইবাৰলৈ ৰবিনহোৱে ৰক্ষা পৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd