DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, December 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শীতকালৰ পূৰ্বে প্ৰতিবাদত উত্তাল ইটালীৰ ৰাজপথ; ইউক্ৰেইনলৈ অস্ত্ৰ সৰবৰাহ বন্ধ কৰাৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2022 2:29 pm
102
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱৰ বাবে শীতকালত ইউৰোপত ইন্ধনৰ সংকটৰ সম্ভাৱনা আছে। যদি ৰাছিয়াই ইন্ধন যোগান নধৰে, ইউৰোপৰ বিভিন্ন পৰিস্থিতিৰ অৱনতি হ’ব পাৰে। মুদ্ৰাস্ফীতিৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব। এনে পৰিস্থিতিত শীতকাল অহাৰ পূৰ্বে ইউৰোপীয় দেশ ইটালীৰ ৰাজধানী ৰোমৰ ৰাজপথত ইউক্ৰেইনলৈ অস্ত্ৰ সৰবৰাহ বন্ধ কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে।

প্ৰতিবাদকাৰীসকলে ইটালী চৰকাৰক শান্তি স্থাপন আৰু ইউক্ৰেইনলৈ অস্ত্ৰ সৰবৰাহ বন্ধ কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে লগতে ৰাছিয়াৰ সৈতে কূটনৈতিক সম্পৰ্কৰো দাবী জনায়।

লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিমাৰ্ছ মিছাইলেৰে কাখোভকা শক্তি প্ৰকল্পত আক্ৰমণ ইউক্ৰেনৰ

কেইবা হাজাৰ লোকে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছিল য’ত দেশখনৰ শ্ৰমিক সংঘৰ নেতাসকল আৰু কেথলিক খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলেও অংশ লয়। বহু সংখ্যক শিক্ষাৰ্থী আৰু মানৱ অধিকাৰ কৰ্মীয়েও প্ৰতিবাদী সমদলত যোগ দিয়ে।

প্ৰতিবাদকাৰীসকলে “শান্তি বিচাৰো, হিংসা নহয়” আদি শ্লোগান লিখা ৰামধেনু ৰঙৰ পতাকা বহন কৰে। প্ৰতিবাদকাৰীসকলে “ইউক্ৰেইনক পৰ্যাপ্ত অস্ত্ৰ দিয়া হৈছে, আমি যুদ্ধ নিবিচাৰো, ৰাছিয়াৰ বিৰুদ্ধে কোনো নিষেধাজ্ঞা নাই, কূটনীতি ক’ত আছে” আদি শ্লোগান থকা বেনাৰ, ফেষ্টুন আৰু প্লেকাৰ্ডও লৈছিল।

লগতে পঢ়ক: ভুলবশতঃ লোৱা হৈছিল সিদ্ধান্ত! টুইটাৰে পুনৰ চাকৰিলৈ মাতি পঠিয়াছে বহু কৰ্মচাৰীক

এই প্ৰতিবাদত ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ফাইভ ষ্টাৰ দলৰ নেতা জিচেপে কণ্টেও উপস্থিত থাকে।

উল্লেখ্য যে ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই তিনি মাহৰ বাবে ইটালীত শীতৰ তীব্ৰ প্ৰকোপ দেখা যায়।

Recent News

Waiter beaten to death

বৰ্বৰ! বিয়াঘৰত ব্যৱহৃত প্লেট অতিথিৰ গাত লগাৰ বাবেই প্ৰাণ ল’লে ৱেইটাৰৰ

rain in guwahati

শীতৰ বাহক: ৯ ডিচেম্বৰলৈকে মহানগৰীত বৰষুণৰ আগজাননী

TV Actor Kills Man

চাঞ্চল্য! সীমাৰ গছ কটাৰ কাজিয়াৰ পৰিণতিত অভিনেতাই প্ৰাণ ল’লে এজনৰ, তিনিজন আহত

APSC scam

লক্ষণৰেখা পাৰ হ’বলৈ এতিয়াও বহু বাকী এপিএছচি কেলেংকাৰিৰ তদন্ত: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd