• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Euro Cup 2024: জয়েৰে ইউৰো অভিযান আৰম্ভ ইটালীৰ; ২-১ গ’লত পৰাস্ত কৰিলে আলবেনিয়াক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2024 10:25 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাৰ্মানীৰ ডৰ্টমুণ্ড ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত ইউৰো কাপ ২০২৪ৰ গ্ৰুপ পৰ্যায়ৰ খেলত মুখামুখি হৈছিল ইটালী বনাম আলবেনিয়া। এই খেলখনত ইটালীয়ে ২-১ গ’লত জয়লাভ কৰে।

দেওবাৰে খেলৰ আৰম্ভণিতে এটা চমক দেখা গৈছিল। খেল আৰম্ভ হোৱাৰ ১ মিনিটৰ ভিতৰত গ’ল। আলবেনিয়াৰ হৈ আৰম্ভণিতে গ’লটো দিয়ে নেডিম বাজৰামিয়ে। কিন্তু যেতিয়া বিপক্ষৰ নাম ইটালী, প্ৰত্যাক্ৰমনতো হ’বই।

ডি লৰেঞ্জোৰ পৰা পেলেগ্ৰিনিলৈকে ইটালীয়ে লাহে লাহে আক্ৰমণৰ গতি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। নিজস্ব পৰিচয় দাঙি ধৰি ওলাই আহে। কিন্তু আলবেনিয়াও এৰি দিয়া ভকত নাছিল। কৰ্ণাৰ আদায় কৰি ব্যৱধান বৃদ্ধিৰ চেষ্টা কৰে, যদিও সফল নহ’ল।

Apply Now

লগতে পঢ়কঃT-20 World Cup: বৰষুণৰ বাবে বাতিল ভাৰত-কানাডাৰ মেচ; অপৰাজিত থাকিয়েই ছুপাৰ এইটলৈ ৰোহিত বাহিনী

অৱশ্যে খেলখনৰ ১১ মিনিটত ইটালীৰ দলটোৱে সমতা স্থাপন কৰিবলৈ সক্ষম হয়। এলেছান্দ্ৰ’ বাষ্টোনিৰ গ’লেৰে স্ক’ৰ ১-১ হয়। কিন্তু ইয়াতেই শেষ নহ’ল। খেলৰ ১৬ মিনিটত আন এটা গ’ল দিয়ে। এইবাৰ নিকোলো বাৰেলা। আলবেনিয়ান ডিফেণ্ডাৰসকলে বলটো সঠিকভাৱে ক্লিয়াৰ কৰাত ব্যৰ্থ হোৱাত তাৰপৰাই পোৱা  বলৰ পৰা বাৰেলাই গ’ল দিয়ে। ইয়াৰ লগে লগে ইটালীয়ে মেচখনত ২-১ গ’লত অগ্ৰগতি লাভ কৰে।

এই মেচত জৰ্জিনহোকো প্ৰশংসা কৰিব লাগিব। এই খেলখনত তেওঁ বহুত কামৰ বোজা লৈছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল মেচখন আগবাঢ়ি যোৱাৰ লগে লগে ইটালীয়ে বলৰ পজিচন লৈ খেলিবলৈ চেষ্টা কৰিছিল। এইদৰেই তেওঁলোকে মেচখনৰ দখল নিজৰ হাতলৈ আনে। প্ৰথমাৰ্ধৰ অন্ত পৰে ২-১ গ’লত।

দ্বিতীয়াৰ্ধত ইটালীয়ে আধিপত্য বজাই ৰাখিবলৈ চেষ্টা কৰে। নিৰন্তৰ আক্ৰমণ চলাই আলবেনিয়াৰ প্ৰতিৰক্ষাৰ ওপৰত হেঁচা বৃদ্ধি কৰি থাকিল। এই ক্ষেত্ৰত ডেভিড ফ্ৰেটেছিৰ কথা ক’বই লাগিব। ইটালীৰ আক্ৰমণৰ আঁৰত তেওঁৰ ভূমিকা অনস্বীকাৰ্য আছিল।

লগতে পঢ়কঃ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় তথা সচিবালয়ৰ সমীপৰ পৰিত্যক্ত গৃহত ভয়ংকৰ অগ্নিকাণ্ড

যদিও আলবেনিয়াই শেষ মুহূৰ্তত কেইবাবাৰো চেষ্টা কৰিছিল, তথাপিও কোনো গ’ল নাহিল। শেষত ইটালীয়ে ২-১ গ’লত জয়লাভ কৰি ইউৰো কাপৰ অভিযান আৰম্ভ কৰিলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd