DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

এয়া মোদীৰ চৰকাৰ নহয়, আম্বানী-আদানীৰহে চৰকাৰ: লালকিল্লাৰ পৰা কেন্দ্ৰীয় চৰকাৰক তুলাধুনা ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2022 10:17 pm
Rahul Gandhi Bharat Jodo Yatra
150
VIEWS
Share on FacebookShare on Twitter

তিনিমাহ অতিক্ৰম কৰা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই আজি ৰাজধানী দিল্লীত প্ৰৱেশ কৰিছে। ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা যাত্ৰাই আজি দিল্লীত প্ৰৱেশ কৰাৰ পাছতে যাত্ৰাৰ প্ৰতি সঁহাৰি জনাই ব্যাপক হাৰত জনসমাগম হোৱা পৰিলক্ষিত হয়।

এই বিশাল জনসমাগমক সম্বোধি আজি লালকিল্লাৰ বাকৰিত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ৰাহুল গান্ধী। কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি গান্ধীয়ে কেন্দ্ৰৰ শাসনাধিষ্ঠ চৰকাৰখনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰিৱৰ্তে আম্বানী আৰু আদানীৰহে চৰকাৰ বুলি অভিহিত কৰে।

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে বিজেপিক তুলাধুনা দি প্ৰকৃত বিষয়ৰ পৰা দেশৰ জনসাধাৰণৰ দৃষ্টি আঁতৰাই ৰাখিবলৈ দেশত হিন্দু-মুছলমানৰ ঘৃণা বিয়পাই দিয়া হৈছে বুলি অভিযোগ কৰে। বিজেপিৰ এই ঘৃণনীয় ৰাজনীতিৰ পৰা দেশক একত্ৰিত কৰাই ভাৰত জোড়ো যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য বুলি মন্তব্য কৰে গান্ধীয়ে।

নিজ ভাষণত গান্ধীয়ে কয়, “আমি যেতিয়া কন্যাকুমাৰীৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিলো, তেতিয়া মই ভাবিছিলো যে এই ঘৃণা মচি পেলোৱাৰ প্ৰয়োজন। মই ভাবিছিলো যে এই দেশৰ সকলোতে ঘৃণা বিয়পি আছে। কিন্তু যেতিয়া মই যাত্ৰা আৰম্ভ কৰিলোঁ, তেতিয়া ইয়াৰ এক বিপৰীত সত্য বাহিৰলৈ আহিল।”

“দিনে-নিশাই হিন্দু-মুছলিমৰ ঘৃণা বিয়াপাই দিয়া হৈছে। কিন্তু এয়া সত্য নহয়। এই দেশ এখনেই। মই লক্ষাধিক লোকৰ সৈতে মিলিত হৈছো। তেওঁলোকে সকলোৱে পৰস্পৰক ভাল পায়। তেতিয়াই প্ৰশ্ন হয়, কিয় এই ঘৃণা বিয়পাই দিয়া হৈছে?”— গান্ধীয়ে লগতে কয়।

দেশৰ নিবনুৱা সমস্যাৰ বিষয়ে উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে ইমান বছৰে অধ্যয়ন কৰি ডিগ্ৰী লাভ কৰা যুৱক-যুৱতীসকলে পকৰি বিক্ৰী কৰি আছে। তেওঁ লগতে কৃষক আৰু ক্ষুদ্ৰ তথা মজলীয়া খণ্ডৰ ব্যৱসায়ীসকলৰ বাবে এতিয়া বেংকৰ দুৱাৰ বন্ধ বুলি অভিযোগ কৰে।

এই সন্দৰ্ভত গান্ধীয়ে কয়, “ভাৰতৰ দুই এগৰাকী কোটিপতিক ১ লাখ কোটি, ২-৩ লাখ কোটি টকা দিয়া হয়। কিন্তু এই ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকসকলে যেতিয়া বেংকলৈ যায়, তেতিয়া তেওঁলোকক নিৰ্মমভাৱে বাহিৰ কৰি দিয়া হয়।”

তদুপৰি কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী মোদীৰ বিমুদ্ৰাকৰণ আৰু জি এছ টি- ক নীতিৰ পৰিৱৰ্তে ক্ষুদ্ৰ তথা মজলীয়া ব্যৱসায়ী আৰু কৃষকসকলক হত্যাৰ বাবে ব্যৱহৃত অস্ত্ৰ বুলি দাবী কৰে।

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd