• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অন্ত পৰিব আমেৰিকাৰ বিশ বছৰীয়া আফগানিস্তান যুদ্ধ! মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনৰ গুৰুত্বপূৰ্ণ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2021 1:34 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেনে এক গুৰুত্বপূৰ্ণ ভাষ্য প্ৰদান কৰিছে।

বুধবাৰে তেওঁ কয় যে আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰই সুদীৰ্ঘ সময় ধৰি চলাই অহা যুদ্ধখন সমাপ্ত কৰাৰ সময় আহি পৰিছে।

Apply Now

ইয়াক তেওঁৰ নিজা দায়িত্ব হিচাপে গণ্য কৰি কয় যে এই যুদ্ধখন তেওঁৰ উত্তৰসূৰী ৰাষ্ট্ৰপতিজনলৈ থৈ যাব নিবিচাৰে।

উল্লেখযোগ্য যে ২০০১ চনত ইছলামিক উগ্ৰপন্থী সংগঠন আল কায়দাই নিউয়ৰ্কৰ টুইন টাৱাৰ আক্ৰমণ কৰিছিল।

সেই সময়ত আল কায়দাৰ ঘাটি আছিল আফগানিস্তান।

আল কায়দাক নিঃশেষ কৰিবলৈ ২০০১ চনৰ পৰা আমেৰিকাই আফগানিস্তানত সন্ত্ৰাসবাদ বিৰোধী যুদ্ধ চলাই আহিছে।

যুদ্ধ আৰম্ভ হোৱাৰ পৰা আমেৰিকাই খৰচ কৰিব লগা হৈছে এক ত্ৰিলিয়ন ডলাৰ।

যুদ্ধত তালিবানৰ হাতত ২,৪০০ জন আমেৰিকান সৈন্যই প্ৰাণ হেৰুৱাৰ বিপৰীতে ১০,০০০ জন আফগান সৈন্য, তালিবানী সৈন্য আৰু অসামৰিক লোকে প্ৰাণ হেৰুৱাইছে।

ইয়াক বিডেনে আমেৰিকাৰ ইতিহাসত আটাইতকৈ দীঘলিয়া যুদ্ধ হিচাপেও অভিহিত কৰিছে।

বিদেন হৈছে এই আফগানিস্তান যুদ্ধকালীন সময়ছোৱাৰ চতুৰ্থজন ৰাষ্ট্ৰপতি।

দেশবাসীলৈ দিয়া বক্তব্যটোত বিডেনে কয় যে ২০ বছৰ পূৰ্বে সংঘটিত হোৱা আক্ৰমণটোৰ বাবে আমেৰিকাই আফগানিস্তানত প্ৰৱেশ কৰিছিল, কিন্তু ২০২১ চনলৈকে আমেৰিকা আফগানিস্তানত কিয় আছে সেই বিষয়ে তেওঁ ব্যাখ্যা কৰিবলৈ অপাৰগ।

তেওঁ কয় যে তালিবানৰ স’তে যুদ্ধ কৰিবলৈ যোৱাতকৈ আমেৰিকাই নিজৰ স্থিতি আৰু লক্ষ্যৰ প্ৰতি এতিয়া আৰু অনাগত সময়ৰ বাবে প্ৰত্যাহ্বান গ্ৰহণ কৰাত স্থিৰ হৈ থাকিব লাগে।

উল্লেখযোগ্য যে মঙলাবাৰেও হোৱাইট হাউচৰ তৰফৰ পৰা কোৱা হৈছিল যে ৰাষ্ট্ৰপতি বিডেনে আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈনিকসকলক দেশলৈ ঘূৰাই আনিব।

এইক্ষেত্ৰত বিডেনে সৈনিকসকলক ঘূৰাই অনাৰ তাৰিখো নিৰ্ধাৰিত কৰিছে।

চলিত বৰ্ষৰ ১১ ছেপ্টেম্বৰত আল কায়দাৰ টুইন টাৱাৰ আক্ৰমণৰ বিশ বছৰ পূৰ্তি হ’ব।

সেই অনুসৰি বিডেনে ১১ ছেপ্তেম্বৰতে সৈনিকসকলক ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে।

বিডেনে কয় যে আমেৰিকাৰ সৈনিকসকলক আফগানিস্তানৰ পৰা ঘূৰাই আনিলেও দেশ দুখনৰ মাজত কূটনৈতিক সম্বন্ধ আৰু জনকল্যানমূলক কামেৰে আফগানিস্তানৰ চৰকাৰক সহযোগ কৰি যাব।

তদুপৰি ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা অনুষ্ঠিত হ’ব লগা আফগানিস্তানৰ চৰকাৰ আৰু তালিবানৰ মাজৰ শান্তি আলোচনাতো আমেৰিকাই সহযোগ কৰিব বুলি বিডেনে কয়।

উল্লেখযোগ্য যে ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত কাটাৰৰ ডোহাত আমেৰিকা আৰু তালিবানৰ মাজত এখন ঐতিহাসিক চুক্তি স্বাক্ষৰ হৈছিল।

চুক্তিখনৰ মতে আমেৰিকাই আফগানিস্তানৰ পৰা ১৪ মাহৰ ভিতৰত সৈনিকসকলক দেশলৈ ঘূৰাই আনিব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd