• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলীবাবাৰ মুৰব্বী জেক মাৰ গ্ৰেপ্তাৰৰ খবৰে কঁপনি তুলিছে চীনত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 5, 2022 12:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন শিক্ষকৰ পৰা কোটি কোটি টকাৰ ব্যৱসায়ীত পৰিণত হোৱা জেক মাৰ গ্ৰেপ্তাৰৰ খবৰে এতিয়া কঁপনি তুলিছে চীনত।
জেকৰ গ্ৰেপ্তাৰৰ পিছতে আলিবাবাত ধন বিনিয়োগ কৰা লোকসকলে এতিয়া মূৰে-কপালে হাত দিছে।

চিচিটিভিয়ে প্ৰকাশ কৰা মতে আলিবাবাৰ মুৰব্বী গৰাকীক চীনৰ হাংঝৌ চহৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Apply Now

ৰাষ্ট্ৰীয় নিৰাপত্তা বিপন্ন কৰিব পৰা কাৰ্যকলাপত জড়িত থকাৰ অভিযোগতে জেক মাক গ্ৰেপ্তাৰ কৰা হৈছে।

অৱশ্যে এতিয়াও সন্দেহৰ আৱৰ্ততে আছে জেক মাৰ গ্ৰেপ্তাৰৰ খবৰটো। গ্ৰেপ্তাৰ কৰা জেক নামৰ লোক জন প্ৰকৃততে আলীবাবাৰ মালিক হয় নে নহয় তাকেলৈ বিভিন্ন জনৰ মাজত এতিয়া চৰ্চা চলিছে। যিকি নহওক, এজন সাধাৰণ স্কুল শিক্ষকৰ পৰা নিজৰ অধ্যৱসায়ৰ বলত আলিবাবাৰ দৰে এছিয়াৰ সৰ্ববৃহৎ প্ৰযুক্তি কোম্পোনীৰ সহ-প্ৰতিষ্ঠাপক হৈ পৰা লোকজনৰ প্ৰতি এতিয়া বীতশ্ৰদ্ধ হৈ পৰিছিল চীনৰ চৰকাৰ।

সৌসিদিনালৈ চীনৰ চৰকাৰৰ নয়নৰ মণি হৈ থকা আলিবাবা কোম্পানীৰ মুৰব্বী জেক মাৰ বিৰুদ্ধে চীনৰ চৰকাৰে এতিয়া সক্ৰিয় হৈ পৰিছে।নিজৰ কৰ্ম দক্ষতাৰে প্ৰযুক্তি ক্ষেত্ৰৰ অগ্ৰণী প্ৰতিষ্ঠানত পৰিণত হোৱা আলিবাবাৰ মুৰব্বী জেক মা এগৰাকী বহুমুখী প্ৰতিভাৰ ব্যক্তি।

কেৱল ব্যৱসায়ৰ মাজতে তেওঁ নিজকে আৱদ্ধ কৰি ৰখা নাই।

ব্যৱসায়ৰ লগতে তেওঁ গীত, অভিনয়,চিত্ৰকলা আদি সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।চীনৰ প্ৰসিদ্ধ শিল্পী ফায়ে ৱঙৰ সৈতে জেক মাই গোৱা গীতে বিশ্বত খলকনি তুলিছিল।

জেক মাই চীনৰ প্ৰসিদ্ধ চিত্ৰকৰ জেং ফেনজিৰ সৈতে একেলগে অঁকা ছবি ছুথবি নিলাম অনুষ্ঠানত অভিলেখ সৃষ্টিকাৰী ৫.৪ নিযুত মাৰ্কিন ডলাৰত নিলাম হৈছিল।

২০১৭ চনত তেওঁ ড্ৰেগনৰ দেশ খনৰ চলচ্চিত্ৰ জগত খনতো খোজ পেলাই ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল।

এই হেন বহু গুণৰ অধিকাৰী জেক মা সেয়ে চীনৰ সাধাৰণ লোকৰ লগতে চৰকাৰৰ বৰমূৰীয়াসকলৰ মাজতো হৈ পৰিছিল অতিকৈ জনপ্ৰিয়।

কিন্তু শেহতীয়াকৈ জেক মাৰ সৈতে পূৰ্বৰ সকলো মধুৰ সম্পৰ্ক একাষৰীয়া কৰি থৈ চীনৰ চৰকাৰে ঘোষণা কৰিছে বিশেষ তদন্তৰ।

 চীনৰ চৰকাৰে জেক মাই আলিবাবাৰ জৰিয়তে প্ৰযুক্তিৰ ক্ষেত্ৰখনত অৰ্জন কৰা বৃহৎ সফলতা সহ্য কৰিব নোৱাৰিয়েই হয়তো তেওঁৰ বিৰুদ্ধে ঘোষণা কৰিছে বিত্তীয় খেলি-মেলি আৰু একচেতিয়া ব্যৱসায় চলোৱাৰ অভিযোগ।

চীনৰ ষ্টেট এডমিনিষ্ট্ৰেছন ফৰ মাৰ্কেট ৰেগুলেছনে জেক মাৰ বিৰুদ্ধে নীতিবৰ্হিভূতভাবে বিভিন্ন বিনিয়োগকাৰীৰ সৈতে ব্যৱসায়িক চুক্তি সম্পাদন আৰু সেই বোৰ কাৰ্যকৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে।

একচেতিয়া ব্যৱসায়ৰ অভিযোগ উত্থাপন কৰি আলিবাবা আৰু জেক মাৰ বিৰুদ্ধে চীনৰ চৰকাৰে তদন্ত ঘোষণা কৰাৰ পিছতে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য লক্ষ্যণীয় ভাবে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

অসমলৈ আহি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই প্ৰদান কৰা বক্তৃতাৰ প্ৰকৃত উপলব্ধি কি?

August 9, 2026 7:02 pm
বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm
১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

August 9, 2026 1:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

অসমলৈ আহি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই প্ৰদান কৰা বক্তৃতাৰ প্ৰকৃত উপলব্ধি কি?

August 9, 2026 7:02 pm
বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd