DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Jacqueline Fernandez: জেৰাৰ পাছত মুম্বাই বিমানবন্দৰ এৰাৰ অনুমতি জেকুলিনক; দিল্লীত দেখা কৰিব লাগিব ইডিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2021 9:10 am
WhatsApp Image 2021-12-06 at 8.38.43 AM

জেকুলিন ফার্ণাণ্ডেজ।

226
VIEWS
Share on FacebookShare on Twitter

Jacqueline Fernandez দেওবাৰে মুম্বাই বিমানবন্দৰত আটক কৰা হৈছিল বলীউদৰ মোহময়ী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজক। প্ৰাথমিকভাৱে জেৰা কৰাৰ পাছত অবিনেত্ৰীগৰাকীক বিমানবন্দৰ এৰাৰ অনুমতি দিয়া হৈছে।

অৱশ্যে, দেশ এৰি যোৱাৰ অনুমতি দিয়া হোৱা নাই জেকুলিনক। দেওবাৰে বিদেশলৈ যোৱাৰ পথত আটক কৰা হৈছিল অভিনেত্ৰীগৰাকীক।

জেকুলিনৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰা প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ২০০কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগৰ গোচৰত তদন্তৰ বাবে ইডিয়ে জেকুলিনৰ নামত লুক আউট নটিছ জাৰি কৰিছিল।

শেহতীয়াভাৱে সুকেশৰ সৈতে জেকুলিনৰ এখন অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হৈ পৰিছে।

Also Read: Omicron in India: ৰাজস্থানতো অ’মিক্ৰণত আক্ৰান্ত ৯জন; মহাৰাষ্ট্ৰত ৭জনকে ধৰি দেশত ২১জনলৈ বৃদ্ধি

বাতৰি অনুসৰি, দেওবাৰে জেকুলিনে এটি অনুষ্ঠানত ভাগ ল’বলৈ ডুবাইলৈ যাব বিচাৰিছিল। বিমানত উঠাৰ পূৰ্বেই বিষয়াসকলে জেকুলিনক আটক কৰে। ইডিৰ বিষয়াসকলে জেকুলিনক গ্ৰেপ্তাৰ কৰা নাই আৰু প্ৰাথমিক জেৰাৰ পাছতে বিমানবন্দৰৰ পৰা যাবলৈ দিয়া হয় অভিনেত্ৰীগৰাকীক।

জানিব পৰা মতে, শীঘ্ৰেই দিল্লীত ইডিয়ে অভিনেত্ৰীগৰাকীক জেৰা চলাব। ইয়াৰ পূৰ্বেও জেকুলিন দুবাৰকৈ ইডিৰ জেৰাৰ সন্মুখীন হৈছিল।

বাতৰি মতে, সুকেশৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰা চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে যে জেকুলিনৰ বাবে সুকেশে ১০ কোটি টকা খৰচ কৰিছিল।

WhatsApp Image 2021-12-06 at 8.37.52 AM
জেকুলিন আৰু প্ৰেমিক সুকেশৰ ভাইৰেল ফটো।

দুয়োজনৰে মাজত প্ৰথম পৰিচয় ঘটিছিল ২০২১ চনৰ জানুৱাৰীত। এই সময়ছোৱাৰ ভিতৰতে তাৰকা অভিনেত্ৰীৰ চোৱাচিতাৰ বাবে প্ৰতাৰণাৰ গোচৰত অভিযুক্ত সুকেশে এই বৃহৎ পৰিমানৰ ধন ব্যয় কৰিছিল।

তিহাৰ জে’লত থকাৰ সময়তো সুকেশৰ সৈতে নিয়মিত যোগাযোগ ৰক্ষা কৰিছিল জেকুলিনে। সেইদৰে শেহতীয়াকৈ ভাইৰেল হোৱা অন্তৰংগ মুহূৰ্তৰ ফটোসমূহ সুকেশ অন্তৰ্ৱৰ্তী জামিন থকা এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰৰ বুলি ঠাৱৰ কৰা হৈছে।         

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd