• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত শ্ৰী শ্ৰী জগন্নাথ,বলভদ্ৰ আৰু সুভদ্ৰা দেৱীৰ ৰথযাত্ৰাৰ সামৰণি

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , July 13, 2019 7:16 am

1 min read

IMG-20190712-WA0032

ৰথ যাত্ৰা

4.7k
VIEWS
Share on FacebookShare on Twitter

ওড়িশাৰ ঐতিহ্যমণ্ডিত জগন্নাথ মন্দিৰৰ লগতে সমগ্ৰ দেশত উলহ-মালহেৰে পালন কৰা জগন্নাথ ৰথ যাত্ৰাৰ সমান্তৰালভাৱে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ ভৱানীপুৰ গোবিন্দ মন্দিৰ প্ৰাংগনত চাৰি জুলাইৰ পৰা নদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰীশ্ৰী জগন্নাথ,বলোভদ্ৰ আৰু সুভদ্ৰা দেৱীৰ ৰথযাত্ৰা মহোৎসৱৰ আজি সামৰণি পৰে৷

আজিৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি তিতাগুড়িৰ ভৱানীপুৰ ৰাধাগোবিন্দ মন্দিৰ প্ৰাংগণৰ পৰা কদমতলা হৈ  সহস্ৰাধিক ভক্তৰ উপস্থিতিত জে.ডি.পথ, শান্তিনগৰ, সুভাষপল্লী হৈ কোকৰাঝাৰ চহৰৰ মাজেদি এক বিশাল ৰথযাত্ৰা উলিওৱা হয়৷

অন্তিম দিনৰ ৰথযাত্ৰাৰ মাংগলিক অনুষ্ঠান আৰু মংগল উৰুলিৰ মাজত শুভ উদ্বোধন কৰি বিশিষ্ট সমাজকৰ্মী অৰুপ কুমাৰ দেই ৰথযাত্ৰা মহোৎসৱৰ তাৎপৰ্য বাখ্যা কৰে।

উল্লেখযোগ্য যে, ৰাধা গোবিন্দ মন্দিৰৰ উপৰিও কোকৰাঝাৰ কালী মন্দিৰ প্ৰাংগণত চলি থকা ৰথযাত্ৰা মহোৎসৱৰো আজি সামৰণি পৰে৷

নদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা মাংগলিক ৰথ যাত্ৰা মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ ভক্তৰ সমাগমেৰে উখল-মাখল হৈ পৰে কোকৰাঝাৰ চহৰ।

ৰথ যাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰা ভক্তসকলে ঐতিহ্যমণ্ডিত ৰথ যাত্ৰাই সকলো স্তৰৰ জনসাধাৰণৰ বাবে মংগল আৰু কুশলবাৰ্তা কঢ়িয়াই আনি সমাজত সুখ-শান্তি বৃদ্ধি কৰিব বুলি বিশ্বাস কৰি আহিছে।

Recent News

WhatsApp Image 2021-01-28 at 3.47.13 PM

মৰিগাঁৱৰ জালুগুটিত একেদিনাই দুজনকৈ শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

a who

ব্ৰিটেইনত ধৰা পৰা কোভিডৰ নতুন ষ্ট্ৰেইন বিয়পি পৰিছে ৭০ খন দেশলৈ:বিশ্ব স্বাস্থ্য সংস্থা

pamela Anderson married to her bodyguard

এইবাৰ নিজৰ বডিগাৰ্ডকে বিয়া পাতিলে হলীউদৰ জনপ্ৰিয় অভিনেত্ৰী পামেলা এণ্ডাৰছনে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd