• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা আৰক্ষীয়ে গৈ ৪জন লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 12, 2026 8:45 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

306
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মানুহ যদিহে নহয় মানুহ, দানব কাহানিও নহয় মানুহ’-সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এই গীতৰ কথাখিনিয়ে যিকোনো হৃদয়বান মানুহৰে অন্তৰ স্পৰ্শ কৰি যায়। কিন্তু মানুহ হোৱাৰ গল্প যেন লাহে লাহে অতীত হ’বলৈ আগবাঢ়িছে। ৰাজস্থানৰ জয়পুৰত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই মানৱতাৰ চৰম স্খলনৰ  কথাকে আঙুলিয়াই দিয়ে।

পাৰিবাৰিক অশান্তিৰ বাবে ইটাৰে মূৰ থেতেলিয়াই শুই থকা পত্নী আৰু ৩ গৰাকী কন্যাক হত্যা! এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল ৰাজস্থানৰ জয়পুৰত। শুকুৰবাৰে পুৱা এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। আৰক্ষীয়ে গৈ সেই স্থানৰ পৰা ৪ জনৰ মৃতদেহ উদ্ধাৰ কৰে। ইফালে হত্যাকাণ্ডৰ পিছত পলাতক হৈ থকা অভিযুক্ত ব্যক্তিৰ সন্ধানত ৰাজস্থান আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱা আৰক্ষীয়ে গৈ ৪জন লোকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। নিহত কেইজন হৈছে ৪০ বছৰীয়া গীতা ঝা আৰু তিনিগৰাকী কন্যা নন্দিনী, গিৰিসা আৰু ৰাধিকা। এই তিনিজনৰ বয়স ১৭ৰ পৰা ২৩ বছৰৰ ভিতৰত।

Apply Now

চুবুৰীয়াই দাবী কৰিছে যে বৃহস্পতিবাৰে নিশা ঘৰটোৰ পৰা চিঞৰ-বাখৰ ভাহি আহিছিল। শুকুৰবাৰে পৰিয়ালৰ পৰা কোনো সঁহাৰি নোপোৱাত তেওঁলোকৰ সন্দেহ হৈ পৰে। কেইবাজনো মানুহ ঘৰৰ সন্মুখত গৈ মাত দিলে। কোনো সঁহাৰি নোপোৱাত ঘৰত প্ৰৱেশ কৰি স্তম্ভিত হৈ পৰিল। তেওঁলোকে ৪ জনৰ মৃতদেহ পৰি থকা দেখা পায়।

আৰক্ষীক খবৰ দিয়াৰ লগে লগে তদন্তকাৰীয়ে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয়। একে সময়তে ফৰেনছিক টিম আৰু ডগ স্কোয়াড তাত উপস্থিত হয়। আৰক্ষীৰ দাবী, পত্নী আৰু কন্যাক নিশা শুই থকা অৱস্থাত ইটাৰে আক্ৰমণ কৰা হয়। এই আক্ৰমণত ব্যৱহৃত ইটাটো আৰক্ষীয়ে জিম্মাত লৈছে।  সন্দেহযুক্ত হত্যাকাৰী ৰাহুল ঝাক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে এটা দল গঠন কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ কাৰণ জানিবলৈ চেষ্টা অব্যাহত আছে। চুবুৰীয়াক সোধা-পোছা কৰা হৈছে। পৰিয়ালৰ ৪ জন সদস্যক হত্যা কৰি ৰাহুলে পলায়ন কৰে যদিও ঘৰত আছিল ৮৫ বছৰীয়া পিতৃ। তেওঁকো সোধা-পোছা কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd