• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াৰ তেল পুনৰ বিক্ৰীত ভাৰতৰ বিৰুদ্ধে ইউৰোপীয় ইউনিয়নৰ আহ্বানৰ পিছতে প্ৰত্যুত্তৰ জয়শংকৰৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2023 10:54 am
বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ। ফটো: সংগ্ৰহীত।

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ। ফটো: সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী জোচেপ বৰেলক ইউৰোপীয় ইউনিয়নৰ পৰিষদৰ নিয়মসমূহৰ ওপৰত চকু ফুৰাবলৈ পৰামৰ্শ দিছে।

বৰেলে পূৰ্বে কৈছিল যে ইউৰোপীয় সংঘই মস্কোৰ শক্তি খণ্ডত নিষেধাজ্ঞা কঠোৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পিছত ভাৰতে পশ্চিমীয়া দেশলৈ ডিজেলকে ধৰি শোধিত ইন্ধন হিচাপে ৰাছিয়াৰ তেল পুনৰ বিক্ৰী কৰাৰ বিৰুদ্ধে ইউৰোপীয় সংঘই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।

ৰাছিয়াৰ খাৰুৱা তেলৰ পৰা ভাৰতীয় শোধিত সামগ্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে বৰেলৰ আহ্বানৰ সঁহাৰি দি ব্ৰাছেলছত জয়শংকৰে কয়, “ইউৰোপীয় ইউনিয়ন পৰিষদৰ নিয়মসমূহ চাওক। তৃতীয়খন দেশত ৰাছিয়াৰ খাৰুৱা তেলৰ যথেষ্ট ৰূপান্তৰ হৈছে আৰু ইয়াক আৰু ৰাছিয়াৰ হিচাপে গণ্য কৰা হোৱা নাই। মই আপোনালোকক আহ্বান জনাম যে কাউন্সিলৰ নিয়ম ৮৩৩/২০১৪ চাওক।”

Apply Now

লগতে পঢ়ক: উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ ইউক্ৰেইনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

সোমবাৰে জয়শংকৰে বাংলাদেশ, ছুইডেন আৰু বেলজিয়ামক ধৰি তিনিখন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ৰ বাবে ব্ৰাছেলছত উপস্থিত হয়।

ইয়াৰ পূৰ্বে জয়শংকৰে ৰাছিয়াৰ পৰা ভাৰতৰ আমদানিক সমৰ্থন কৰাৰ লগতে ইউক্ৰেইনত চলি থকা সামৰিক কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীক ৰাছিয়াৰ সৈতে বাণিজ্য হ্ৰাস কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ বাবে পশ্চিমীয়া দেশসমূহক পৰোক্ষভাৱে সমালোচনা কৰিছিল।

যোৱা ডিচেম্বৰ মাহত জাৰ্মানীৰ বৈদেশিক মন্ত্ৰী এনালেনা বেয়াৰবকৰ সৈতে যৌথ সংবাদমেল সম্বোধন কৰি জয়শংকৰে কৈছিল, “ৰাছিয়াৰ সৈতে আমাৰ বাণিজ্য অতি সামান্য স্তৰত আছে – ইউৰোপীয় দেশৰ তুলনাত ১২-১৩ বিলিয়ন ডলাৰ। আমি ৰাছিয়াকো এলানি সামগ্ৰী দিছো… বাণিজ্যিক সম্পৰ্ক থকা দুখন দেশৰ মাজত বৈধ বাণিজ্য বৃদ্ধিৰ বিষয়ে মানুহে আৰু অধিক জানিব লাগে মই নাভাবো।”

লগতে পঢ়ক: ভাষণ দি থকা মুখ্যমন্ত্ৰীৰ মঞ্চলৈ নিজৰ ১ বছৰীয়া সন্তানক দলিয়াই দিলে পিতৃয়ে! কিন্তু কিয়?

তেওঁ লগতে কৈছিল, “মই আপোনালোকক এই সংখ্যাবোৰ চাবলৈ আহ্বান জনাও। ‘ৰাছিয়া ফছিল ফুৱেল ট্ৰেকাৰ’ নামৰ এটা ৱেবছাইট আছে যিয়ে আপোনাক দেশ অনুসৰি কোনে প্ৰকৃততে কি আমদানি কৰিছে তাৰ তথ্য দিব আৰু সেয়া হয়তো অতি সহায়ক হ’ব পাৰে বুলি মই ভাৱো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd