• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰক্ষৰতাই সমস্যা : ‘গুণোৎসৱ’ৰ সময়তো শিক্ষক নাছিল কাৰ্বি আংলঙৰ শতাধিক বিদ্যালয়ত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2018 5:47 pm
27-09-18 Guwahati- JACAS pmt (1)

গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদেমেল সম্বোধন কৰাৰ মুহূৰ্তত জাকাচৰ অধ্যক্ষ খৰচিং টেৰণ। ফটো : ইউ বি

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতাৰ ৭১ বছৰ পাছতো কাৰ্বি আংলংবাসীৰ বাবে এতিয়াও নিৰক্ষৰতা এক জ্বলন্ত সমস্যা হৈয়ে আছে। শিক্ষাৰ অভাৱৰ বাবেই আজিও অন্ধবিশ্বাস, কুসংস্কাৰ আৰু উৰা বাতৰিৰ কু প্ৰভাৱৰ পৰা মুক্ত হ’ব পৰা নাই কাৰ্বি আংলঙৰ বহু লোক।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই কথা আক্ষেপেৰে কয় জইন্ট একশ্যন কমিটি ফ’ৰ অটন’মাছ ষ্টেট চমুকৈ জাকাচৰ অধ্যক্ষ খৰচিং টেৰণে।

Apply Now

টেৰণে কয়, ‘’যি সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যত ‘গুণোৎসৱ’ পাতিছিল, সেই সময়ত কাৰ্বি আংলঙত এশতকৈও অধিক বিদ্যালয় শিক্ষক শূন্য আছিল। তেনেকুৱা এটা অৱস্থাত কাৰ্বি আংলঙত শিক্ষিতৰ সংখ্যা কেনেকৈ বাঢ়িব?’’

উল্লেখ্য যে, যোৱা জুন মাহত জিলাখনৰ ডকমকা থানাৰ পানজুৰিৰ কছাৰি গাঁৱত সংঘটিত নীলোৎপল দাস আৰু অভিজিৎ নাথৰ হত্যাকাণ্ডৰ প্ৰসংগ উত্থাপন কৰি টেৰণে কয় যে এই ঘটনা কেৱল তাৰ মানুহৰ শিক্ষাৰ অভাৱৰ বাবেই ঘটিছিল। নিৰক্ষৰতাৰ বাবেই তাত মানুহৰ মাজত অন্ধবিশ্বাস, উৰাবাতৰি শিপাবলৈ পাইছিল আৰু তাৰ ফলশ্ৰুতিতেই এই অমানৱীয় কাণ্ড সংঘটিত হৈছিল বুলি তেওঁ দাবী কৰে।

একেটা প্ৰসংগতে খৰচিং টেৰণে সংবাদমাধ্যম, ছ’চিয়েল মিডিয়াৰ লগতে বিভিন্ন ক্ষেত্ৰত এতিয়াও জুন মাহৰ সেই ঘটনাৰ কথা চৰ্চিত হৈ থকাক লৈ দুখ প্ৰকাশ কৰে।

‘’নীলোৎপল আৰু অভিজিতৰ হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু তেওঁলোকৰ পৰিয়াল দুটাই ন্যায় পাব লাগে। কিন্তু বৰ্বৰ ঘটনাৰ এতিয়াও বাৰে বাৰে চৰ্চিত হৈ আছে। ক’ৰবাত এনেকুৱা ঘটনা ঘটিলেই বাৰে বাৰে কাৰ্বি আংলঙত সংঘটিত সেই ঘটনাটোৰ প্ৰসংগ টানি অনা হয়। ইয়াৰ দ্বাৰা জিলাখনৰ লোকসকলক আঘাত হনা হৈ আছে আৰু আন প্ৰান্তৰ মানুহৰ মনত আমাৰ প্ৰতি ঘৃণাৰ ভাৱৰ সৃষ্টি কৰা হৈ আছে। গতিকে কাৰ্বি আংলঙৰ লোকসকলকো ন্যায় দিয়াৰ প্ৰয়োজন আছে,’’ খৰচিং টেৰণে কয়।

ইপিনে, এই সংবাদমেলতেই বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীয়ে পূৰ্বেত তিনিখনকৈ সংবাদমেলত কাৰ্বি আংলঙ, ডিমা হাচাও, বৰাক উপত্যকা আৰু বিটিএডিৰ জিলাকেইখনক অসমৰ পৃথক কৰি দিব লাগে বুলি কৰা মন্তব্যৰ তেওঁ বিৰোধিতা কৰে।

তেওঁ কয়, ‘’আমি অসমৰ পৰা পৃথক হৈ যাব বিচৰা নাই। অসমৰ মাজত থাকিয়েই স্বায়ত্ব শাসিত ৰাজ্যৰ মৰ্যাদা বিচাৰো। চক্ৰৱৰ্তীৰ এই কথাৰ দ্বাৰা আমাক ঘিণ কৰাটোহে সূচাইছে।যদি তেওঁ কোৱাৰ নিচিনাকৈ আমাক ‘কলংক’ বুলি ভাৱে তেতিয়াহ’লে আমাক পৃথক কৰি দিয়ক।’’

একেখন সংবাদমেলতে ১৫ টা অজনজাতীয় সংগঠনে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে নিজে আইন প্ৰণয়ণ কৰিব পৰা ক্ষমতাৰ বিৰোধিতা কৰা কাৰ্যকো ধিক্কাৰ দিয়ে। এই সন্দৰ্ভত টেৰণে কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়েই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক এই অধিকাৰ প্ৰদান কৰিছে।

ইয়াৰ উপৰিও অসমীয়া যুৱ মঞ্চৰ সাধাৰণ সম্পাদক জিতুল ডেকাই কাৰ্বি আংলঙৰ কোনো সংগঠনে আহ্বান কৰা বন্ধৰ বিৰোধিতা কৰি আদালতত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা কাৰ্যৰো খৰচিং টেৰণে বিৰোধিতা কৰে।

তেওঁ কয়, ‘‘জিতুল ডেকাই ভাৰত বন্ধকে ধৰি আন আন সমুহত নিৰৱে থাকে, কিন্তু কাৰ্বি সংগঠনে বন্ধ ঘোষণা কৰিলেই তেওঁ তাৰ বিৰোধিতা কৰে। এই কাৰ্যই তেওঁৰ কাৰ্বি বিৰোধী স্থিতিক প্ৰকাশ কৰিছে।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd