• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কোভিড-১৯ৰ বাবে পুনৰ বন্ধ হ’ব পাৰে দিল্লীৰ জামা মছজিদ : শ্বাহী ইমাম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 10, 2020 3:51 pm

1 min read

কোভিড-১৯ৰ বাবে পুনৰ বন্ধ হ’ব পাৰে দিল্লীৰ জামা মছজিদ : শ্বাহী ইমাম

জামা মছজিদ। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

1.6k
VIEWS
Share on FacebookShare on Twitter

দিল্লীত কোভিড-১৯ৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ কিছুদিনৰ বাবে বন্ধ কৰি দিয়া হ’ব পাৰে পুৰণি দিল্লীস্থিত বিখ্যাত জামা মছজিদ।

আজি জামা মছজিদৰ শ্বাহী ইমাম ছৈয়দ আহমেদ বুখাৰিয়ে এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে দেশজোৰা লকডাউনৰ বাবে যোৱা ২৫ মাৰ্চৰ পৰা বন্ধ হৈ থকাৰ পিছত দুদিন পূৰ্বেহে মছজিদটোৰ দুৱাৰ সাধাৰণ লোকৰ বাবে খোলা হৈছিল।

কোভিড-১৯ আক্ৰান্ত হোৱাৰ ফলত যোৱা ২০ ধৰি বুখাৰিৰ ব্যক্তিগত সহকাৰী হিচাপে থকা আমানুল্লাহ (৫৭)-এ মঙলবাৰে নিশা মৃত্যুক সাবটি লয়।

সংবাদ মাধ্যমক বুখাৰিয়ে জনোৱা মতে কোভিড পজিটিভ ধৰা পৰাৰ পিছত আমানুল্লাহক যোৱা ৩ জুনত দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পিছতে মঙলবাৰে নিশা মছজিদটো খোলা সম্পৰ্কত ৰাইজৰ পৰা মতামত বিচৰা হৈছিল আৰু অধিক লোকেই কোভিড-১৯ মহামাৰী আঁতৰ নোহোৱা পৰ্যন্ত মছজিদটো বন্ধ ৰখা উচিত বুলি কয়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd