• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত মাদ্ৰাছা বন্ধৰ চৰকাৰী নিৰ্দেশনাত ক্ষুব্ধ বাংলাদেশৰ ইছলামিক সংগঠন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 15, 2020 2:47 pm

2 min read

Madrassa Assam

প্ৰতিনিধিত্বমূলক ফটো।

382
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ হিন্দুত্ববাদী বিজেপি চৰকাৰৰ মুছলমান বিদ্বেষী পদক্ষেপৰ অংশ হিচাপেই অসমৰ চৰকাৰী মাদ্ৰাছা বন্ধৰ নিৰ্দেশ দিয়া হৈছে বুলি অভিযোগ কৰিছে জমিয়ত উলামায়ে ইছলাম বাংলাদেশ নামৰ সংগঠনটোৱে।

সংগঠনটোৰ মুখ্য সম্পাদক আল্লামা নূৰ হুছেইন কাছেমিয়ে এক বিবৃতি যোগে এই অভিযোগ দাঙি ধৰিছে।

তেওঁ কয় যে আৰম্ভণিৰে পৰাই বিজেপি চৰকাৰে ভাৰতক মুছলমান শূন্য কৰিবলৈ চেষ্টা চলাইছে। ইয়াৰে অংশ হিচাপে তেওঁলোকে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী আইন আনিছে। লগতে শ শ বছৰ পুৰণি বাবৰি মছজিদ ভাঙি দি সেই স্থানত ৰামমন্দিৰ নিৰ্মাণ কৰিছে।

ভাৰতত মুছলমানসকলৰ ওপৰত আক্ৰমণ, গোচৰ, নিৰ্যাতন বহুবৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ অভিযোগ কৰে যে মুছলমান নাগৰিকসকলৰ মৌলিক মানৱাধিকাৰৰ ক্ষেত্ৰত নতুন বাধাৰ সৃষ্টি কৰিছে।

কাছেমিয়ে কয় যে মাদ্ৰাছাসমূহত সুস্থ সমাজ গঢ়াৰ শিক্ষা দিয়া হয়। ইয়াৰ অপৰাধমূলক কামকাজৰ পৰা দূৰত থাকি শান্তিপূৰ্ণ সমাজ গঢ়াৰ প্ৰচেষ্টা কৰা হয়।

বিজেপিয়ে এই কল্যাণকামী শিক্ষা বন্ধ কৰি দুটা সম্প্ৰদায়ৰ মাজত বিদ্বেষ তথা ঘৃণা বিয়পাই দি ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে মুছলমানসকলক অৱনমিত কৰি ৰাখিব  বিচাৰিছে।

সংগঠনটোৰ নেতাগৰাকীয়ে কয় যে ভাৰতৰ হিন্দুত্ববাদী বিজেপি চৰকাৰে সাম্প্ৰদায়িকতা তথা বৰ্ণবাদৰ যি চৰ্চা আৰম্ভ কৰিছে সি বিশ্বশান্তিৰ বাবে মাৰাত্মক ভাবুকিৰ সৃষ্টি কৰিব।

বিশ্ব শান্তি বজাই ৰখাৰ স্বাৰ্থত তেওঁ ৰাষ্ট্ৰসংঘ তথা বিশ্ব সম্প্ৰদায়ক হিন্দুত্ববাদীসকলৰ সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ অনুশীলনক নিয়ন্ত্ৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Recent News

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd