• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উগ্ৰপন্থাই কঁপাইছে জম্মু-কাশ্মীৰ : চলিত বৰ্ষত মৃত্যু ১৮ জোৱানসহ ৪৪ জন লোকৰ মৃত্যু

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 12, 2024 1:28 pm
83
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰত নিজৰ সংগঠন সম্প্ৰসাৰণ কৰিব বিচাৰিছে উগ্ৰপন্থী সংগঠনসমূহে। শেহতীয়াকৈ অঞ্চলটোত উগ্ৰপন্থীয়ে বিভিন্ন কুটাঘাত সংঘটিত কৰি আহিছে।

চলিত বৰ্ষৰ পৰিসংখ্যা চালে এই কথা স্পষ্ট হৈ পৰিব। ২০২৪ চনৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে সন্ত্ৰাসবাদী আক্ৰমণত মুঠ ৪৪ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ১৮ জন সেনা জোৱান।

উল্লেখ্য যে উগ্ৰপন্থীৰ আক্ৰমণৰ আৰ্হিও সময়ৰ লগে লগে সলনি হৈছে। পূৰ্বতে সন্ত্ৰাসবাদী কাৰ্যকলাপ বেছি হোৱা জম্মু-কাশ্মীৰৰ আটাইকেইখন জিলাত ক্ৰমান্বয়ে উগ্ৰপন্থী নিষ্ক্ৰিয় হৈ পৰিছে। তাৰ বিপৰীতে আন জিলাত বিয়পি পৰিছে উগ্ৰপন্থীৰ কাৰ্যকলাপ। যাৰ বাবে চিন্তাত পৰিছে ভাৰতীয় সেনা বাহিনী।

ৰাজৌৰী আৰু পুঞ্চ জিলাৰ সীমান্ত অঞ্চলত হোৱাৰ বাবে সেই অঞ্চলত সংঘটিত হৈছিল অধিকাংশ সন্ত্ৰাসবাদী আক্ৰমণ। ভাৰতীয় সেনাৰ কঠোৰ সতৰ্কতাৰ বাবে এই দুই জিলাত উগ্ৰপন্থীৰ প্ৰভাৱ কমিছে। কিন্তু ৰাইচী, কঠুৱা, উধামপুৰ, কিস্তৱাৰ, ডোডা আৰু জম্মুত উগ্ৰপন্থী কাৰ্যকলাপ বৃদ্ধি পাইছে।

সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে ৪৪ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ১৮ জন সেনা জোৱান, ১২ জন উগ্ৰপন্থী আৰু কমেও ১৪ জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত ৭ জন তীৰ্থযাত্ৰীও আছে।

উগ্ৰপন্থীয়ে এতিয়া প্ৰযুক্তি ব্যৱহাৰ কৰি কুটাঘাটৰ পৰিকল্পনা কৰিছে। তেওঁলোকে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ বা আন যিকোনো ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে।

প্ৰসংগক্ৰমে শুকুৰবাৰে কিস্তৱাৰত দুজন গাঁৱৰ নিৰাপত্তাৰক্ষী নিহত হয়। দেওবাৰে অৰ্থাৎ কালিও কিস্তৱাৰ সেনা উগ্ৰপন্থীৰ যুদ্ধ চলে। সেই যুঁজত এজন জোৱানে প্ৰাণ হেৰুৱাইছিল।

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd