DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

চোৰাংচোৱাগিৰীৰ সন্দেহত আটক কৰা পাকিস্তানী পাৰ চৰাইক মুকলি কৰি দিলে ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2020 11:22 am
চৰ্চিত পাৰ চৰাইজনী

চৰ্চিত পাৰ চৰাইজনী

11.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমাৰ ওচৰত জম্মু-কাশ্মীৰ আৰক্ষীয়ে কৰায়ত্ত কৰা সন্দেহযুক্ত পাকিস্তানী চোৰাংচোৱা পাৰ চৰাইটোক আজি মুকলি কৰি দিয়া হয়।

পাৰ চৰাইটো মুকলি কৰি দি আৰক্ষীয়ে চৰাইটোৰ লগত কোনোধৰণৰ সন্দেহযুক্ত বস্তু পোৱা নাই বুলি উল্লেখ কৰে।

পাৰ চৰাইটোক মুকলি কৰি দিয়াৰ পাছতে চৰাইটোৱে পাকিস্তানৰ হাবিবুল্লাৰ ওচৰলৈ উৰা মাৰে।

পাকিস্তানৰ নাগৰিক হাবিবুল্লাই ভাৰতে আটক কৰা পাৰ চৰাইটোক এটা শান্ত পাৰ চৰাই আখ্যা দি চৰাইটোৱে ‘পাৰ চৰাই প্ৰতিযোগিতা’ত অংশগ্ৰহণ কৰি ভাৰতলৈ উৰি আহিছিল বুলি কৈছিল।

হাবিবুল্লাই পাৰ চৰাইৰ ভৰিত লিখা থকা সংখ্যা কেইটা তেওঁৰ ফোন নম্বৰ বুলিও লগতে কছিল।

বিবিচিৰ বাতৰি অনুসৰি ভাৰতৰ সীমান্তৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ নিলগৰ এজন গঞাই ঈদ উদযাপনৰ সময়ত এৰি দিছিল পাৰ চৰাইজনী।

ইফালে ভাৰতত প্ৰৱেশ কৰাৰ পিছত পাকিস্তানে চোৰাংচোৱাগিৰী কৰাৰ সন্দেহত পাৰ চৰাইজনীক আৱদ্ধ কৰি থোৱা হৈছিল।

২০১৫ চনৰ মে’ত সীমান্তৰ এখন গাঁৱত এটা ১৪ বছৰীয়া কিশোৰে এজনী পাকিস্তানী পাৰ চৰাই চিনাক্ত কৰাৰ পিছত পাৰজনীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

আনকি ২০১৬ৰ অক্টোবৰ মাহতো ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰদান কৰা ভাবুকি সম্বলিত পত্ৰৰ সৈতে এটি পাকিস্তানী পাৰ চৰাইক আটক কৰা হৈছিল।

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd