• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত জয়েৰে অভিযান আৰম্ভ অসমৰ যমুনা বড়োৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 4, 2019 6:25 pm

1 min read

Jamuna Bodo

যমুনা বড়ো

5.8k
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াত চলি থকা মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত আজি জয়েৰে অভিযান আৰম্ভ কৰিছে ভাৰতে।

অসমৰ প্ৰতিভাৱান বক্সাৰ যমুনা বড়োই প্ৰথমখন খেলত মংগোলিয়াৰ প্ৰতিদ্বন্দ্বী এৰদেনদালাই মিচিদমাক পৰাস্ত কৰি ভাৰতক প্ৰতিযোগিতাখন সন্তোষজনক আৰম্ভণি দিয়ে।

৫৪ কিলোগ্ৰাম বাণ্টাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা যমুনাই মংগোলিয়াৰ প্ৰতিদ্বন্দ্বী গৰাকীক ৫-০ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে।

যমুনাৰ শক্তিশালী আৰু আক্ৰমণাত্মক খেলৰ সন্মুখত মিচিদমাই কোনোধৰণৰ প্ৰতিৰোধ গঢ়িবলৈ সক্ষম নহ’ল।

উল্লেখযোগ্য যে, এই পৰ্যন্ত অলিম্পিক গেইমছত ৫৪ কিলোগ্ৰাম ওজনৰ শাখা অন্তৰ্ভূক্ত হোৱা নায়।

চলিত বৰ্ষৰ মে’ মাহত অনুষ্ঠিত হোৱা ইণ্ডিয়া অ’পেন বক্সিং চেম্পিয়নশ্বিপত যমুনাই সন্ধ্যাৰাণী দেৱীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল।

বিভিন্ন আগশাৰীৰ বিশ্বমানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ পৰিছয় দিবলৈ সক্ষম হোৱা যমুনাই বিশ্ব চেম্পিয়নশ্বিপত ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পদক জয় কৰিবলৈ সক্ষম হ’ব বুলি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ৰাজ্যৰ ক্ৰীড়া অনুৰাগীসকলে।

Recent News

Indane-Chhotu-800x445

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd