• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰভাগত ২০০ ৰো অধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ জনকল্যাণ মঞ্চৰ

NE NOW NEWS এন ই নাও নিউজ
নলবাৰী , April 13, 2020 10:39 pm

1 min read

e169d6e6-4da9-4412-8cf2-a17afc2286f8

ফটো : নৰ্থ-ইষ্ট নাও

2.3k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশত চলি থকা লকডাউনৰ ফলত দুখীয়া তথা দিন হাজিৰা কৰা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছে।

ইয়াৰ মাজতে দৰিদ্ৰ তথা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালৰ কাষত থিয় দিছে নলবাৰী জিলাৰ বৰভাগৰ জনকল্যাণ মঞ্চ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকল।

আজি পুৱা জনকল্যাণ মঞ্চৰ ৩০ জনীয়া সদস্যৰ এটা দলে বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত মৌৰা, কালাগ, কোটালকুছি, বৰকুলহাটী, ক্ষুদ্ৰকুলহাটী, উখুৰা, ৰনাকুছি আদিকে ধৰি প্ৰায় ২০ খন গাঁৱৰ ২০০ ৰো অধিক দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

সংগঠনটোৰ সদস্য সকলে চৰকাৰে বান্ধি দিয়া সকলো নীতি নিৰ্দেশনা মানি চলি পৰিয়ালসমূহৰ মাজত চিৰা, চেনী, বিস্কুট, গাখীৰ, চাহপাত, চাবোন আদি বিতৰণ কৰে।

মঞ্চৰ এই মহানুভৱতাক বৰভাগৰ সচেতন ব্যক্তি তথা সহায় পোৱা পৰিয়াল সমূহে আন্তৰিকতাৰে শলাগ লয়।

আনহাতে বৰভাগৰে কোটালকুছি গাঁৱৰ চৰকাৰী কৰ্মচাৰী দিলীপ মেধি আৰু তেওঁৰ পুত্ৰ ৰূপম মেধিয়েও গাঁওখনৰ প্ৰায় ৫০ টা দুখীয়া তথা অসহায় পৰিয়ালৰ মাজত আটা, দাইল, মিঠাতেল, গাখীৰ, বিস্কুট আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে।

84f31045-556f-4b48-9f53-96e1f64ef065
খাদ্য সামগ্ৰী বিতৰণ কৰি থকাৰ মুহূৰ্তত ৰূপম মেধি। ফটো : নৰ্থ-ইষ্ট নাও।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd