• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ মাহ ধৰি সন্ধানহীন আগিয়াৰ গোৱালপৰীয়া গাঁৱৰ জানমণি নেছা : মুকলি আকাশৰ তলত অপৰাধী

ন্যায় বিচাৰি হাহাকাৰ জানমণিৰ পৰিয়ালৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 5, 2020 2:03 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত গোৱালপৰীয়া গাঁৱৰ বিবাহিত মহিলা এগৰাকী বিগত ৫ মাহ ধৰি সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে৷ সন্ধানহীন মহিলা গৰাকীৰ নাম জানমণি নেছা৷

জানিব পৰা মতে গোৱালপৰীয়া গাঁৱৰ জানমণিৰ বিয়া হৈছিল ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এখন ভিতৰুৱা গাঁৱত৷ বিয়াৰ প্ৰায় এবছৰ পিছত বিলাসীপাৰাৰ স্বামীৰ ঘৰৰ পৰা পিতৃৰ ঘৰলৈ ফুৰিবলৈ আহিছিল জানমণি৷

Apply Now

পিতৃৰ ঘৰলৈ অহাৰ দিনাই অৰ্থাৎ চলিত বৰ্ষৰ ১৬ জুন তাৰিখে ঘৰৰ ওচৰৰে টুকুৰাত থকা আলহী এঘৰলৈ ওলাই যোৱাৰ পিছতে সন্ধানহীন হৈ পৰে জানমণি৷ ইয়াৰ পিছতে জানমণিৰ পৰিয়ালত হাহাকাৰ লাগে৷

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে একে গাঁৱৰে নৱীৰ হুছেইন আৰু নজমুল হক নামৰ লোক দুজনে জানমণিক বলপূৰ্বক বাইকত তুলি লৈ যোৱাৰ কথা জানিবলৈ সক্ষম হয় আৰু ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আগিয়া আৰক্ষী থনাত এখন এজাহাৰ দাখিল কৰে৷

কিন্তু জানমণিৰ পৰিয়ালে অভিযোগ কৰা মতে ঘটনাটোত আৰক্ষীয়ে কোনো গুৰুত্ব আৰোপ কৰা নাই৷ মাথোঁ অপহৰণকাৰী লোক দুজনক আটক কৰি জেল হাজোতলৈ পঠায়ে দায়িত্ব সামৰে আগিয়া আাৰক্ষীয়ে৷

যাৰ ফলত ঘটনাৰ ৫ মাহ পিছতো সন্ধানহীন জানমণি কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল আৰক্ষী৷

ইয়াৰ বিপৰীতে আৰক্ষীয়ে অভিযোগকাৰী পৰিয়ালটোকহে সন্ধানহীন জানমণিৰ বিচাৰি উলিয়াই দিয়াৰ বাবে বিভিন্ন অত্যাচাৰ কৰাৰ অভিযোগ তুলিছে জানমণিৰ পৰিয়ালটোৱে৷

আনহাতে এজাহাৰত উল্লেখ কৰা দুই অপৰাধীৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ থকাৰ পিছতো আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰি এটা মাহ জে’ল হাজোতত থাকি অহা অপৰাধী দুজন এতিয়া মুকলি আকাশৰ তলত নিৰ্বিঘ্নেে ঘূৰি ফুৰিছে জানিব পৰা গৈছে৷

পৰিয়ালৰলোকে উপযুক্ত সাক্ষ্য প্ৰমাণ দিয়াৰ পিচতো কিদৰে নৱীৰ হুছেইন আৰু নজমুল হকে মুকলি আকাশৰ তলত থাকিব পাৰিলে ইয়াকে লৈ সৰ্বত্ৰেে এতিয়া মুকলি চৰ্চা চলিছে৷

ইফালে আগিয়া আৰক্ষীয়ে প্ৰতিটো দিনে জানমণি নেছাক উলিয়াই দিয়াৰ বাবে পৰিয়ালটোক শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰি অহা বিষয়টোৰো সচেতন মহলে সমালোচনা কৰিছে৷

বিগত ৫ মাহ ধৰি বিবাহিত কন্যাৰ সন্ধানত এক প্ৰকাৰ বলিয়া হৈ পৰা জানমণি নেছাৰ পিতৃ মাতৃৰ মৰ্মবেদনা বুজিব নে আৰক্ষী প্ৰশাসনে? এই প্ৰশ্নটোৱে এতিয়া অঞ্চলৰ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

অঞ্চলটোৰ জানমণিৰ নিৰুদ্দেশ ঘটনাটোৰ উপযুক্ত তদন্তৰ দাবী কৰিছে৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd