• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জাপানে লাভ কৰিব প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2025 12:13 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপানে লাভ কৰিব প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী। শ্বিগেৰু ইছিবাৰ পদত্যাগৰ পিছত ছানাই তাকাইচিয়ে নেতৃত্ব গ্ৰহণ কৰি সংখ্যালঘু চৰকাৰ গঠন কৰিছে বুলি জানইব পৰা গৈছে। ৪ অক্টোবৰত তেওঁ লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি (এলডিপি)ৰ নেতৃত্ব গ্ৰহণ কৰে। ছদিনৰ পিছত কোমেইটো পাৰ্টীয়ে মিত্ৰতা ভংগ কৰাত ৬৪ বছৰীয়া তাকাইচিয়ে সোমবাৰ সন্ধিয়া জাপান ইনোভেচন পাৰ্টী (জিআইপি)ৰ সৈতে নতুন মিত্ৰজোঁট গঠন কৰে। জাপানৰ সংসদৰ প্ৰভাৱশালী নিম্ন সদনত মুঠ ২৩১খন আসন লাভ কৰি নতুন মিত্ৰজোঁট সংখ্যাগৰিষ্ঠতাৰ পৰা দুটা ভোট কম। কিন্তু এই সংখ্যাই তাকাইচিয়ে সংসদত পৰৱৰ্তী ভোট লাভ কৰিবলৈ যথেষ্ট বুলি বিবেচিত হৈছে।

উল্লেখ্য  যে জাপানৰ পুৰুষপ্ৰধান ৰাজনীতিত এই বিজয়ক কাঁচৰ চিলিং ভাঙি পেলোৱা বুলি অভিহিত কৰিছে। বিশ্ব অৰ্থনৈতিক মঞ্চৰ ২০২৫ চনৰ গ্ল’বেল জেণ্ডাৰ গেপ ৰিপ’ৰ্টত জাপান ১৪৮ দেশৰ ভিতৰত ১১৮ নম্বৰত আছিল আৰু নিম্ন সদনত মহিলা সাংসদৰ সংখ্যা মাত্ৰ ১৫% দেখিবলৈ পোৱা গৈছে। ইছিবাৰ কাৰ্যকালত মাত্ৰ দুগৰাকী মহিলা মন্ত্ৰী আছিল যদিও তাকাইচিয়ে “নৰ্ডিক” স্তৰৰ মহিলাৰ মন্ত্ৰীসভাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁৰ প্ৰথম নিযুক্তিত প্ৰাক্তন মন্ত্ৰী ছাটছুকি কাটায়ামা থাকিব আৰু তেওঁ জাপানৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হ’ব। কাটায়ামা এলডিপিৰ বিত্ত আৰু বেংকিং গৱেষণা আয়োগৰ অধ্যক্ষ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰৰ সময়ত স্থানীয় অৰ্থনৈতিক পুনৰুজ্জীৱিতকৰণ মন্ত্ৰী আছিল।

Apply Now

তাকাইচিয়ে “জাপানৰ অৰ্থনীতি শক্তিশালী কৰি আগন্তুক প্ৰজন্মৰ বাবে দায়বদ্ধ দেশ গঢ়ি তুলিম” বুলি প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও তেওঁৰ সন্মুখত কঠিন প্ৰত্যাহ্বান আছে। জনসংখ্যা হ্ৰাস ৰোধ আৰু বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি পুনৰুজ্জীৱিত কৰাটো মূল লক্ষ্য যদিও সংসদৰ দুয়োটা সদনত মিত্ৰজোঁট সংখ্যালঘু যাৰ ফলত আন দলৰ সমৰ্থন অপৰিহাৰ্য হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd