• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ কোৰিয়াৰ মিছাইল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ডত আঘাত হানিবলৈ সক্ষম: জাপান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2022 6:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

North Korean missile had the range to reach US mainland উত্তৰ কোৰিয়াই জাপান সাগৰত নিক্ষেপ কৰা আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ডত আঘাত হানিবলৈ সক্ষম। জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এইকথা সদৰী কৰিছে।

মিছাইলটো হোক্কাইডোৰ পৰা ২১০ কিলোমিটাৰ পশ্চিমে জাপান সাগৰত পৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াক তীব্ৰ গৰিহণা দিছে। ইপিনে, দক্ষিণ কোৰিয়াই সংশ্লিষ্ট কৰ্তৃপক্ষক শক্তিশালী প্ৰতি-ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে।

বৃহস্পতিবাৰে, উত্তৰ কোৰিয়াৰ বৈদেশিক মন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক উপস্থিতি বৃদ্ধি কৰাৰ পৰিকল্পনাৰ বিষয়ে সতৰ্ক কৰি দিয়ে। পিছত দেওবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে এক বৈঠক কৰিব।

Apply Now

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখপাত্ৰ এড্ৰিয়েন ৱাটছনে শুকুৰবাৰে কয় যে জো বিডেনক সকলো বিষয়ে অৱগত কৰা হৈছে আৰু আমেৰিকাই ইয়াৰ অংশীদাৰসকলৰ সৈতে আলোচনা কৰিব।

উত্তৰ কোৰিয়াই যোৱা দুমাহত ৫০ টাতকৈও অধিক মিছাইল নিক্ষেপ কৰিছে। অৱশ্যে, তেওঁলোকৰ বেছিভাগেই কম দূৰত্বভেদী। দীৰ্ঘ দূৰত্বৰ মিছাইল উৎক্ষেপণ বিৰল আৰু এইটো পোনপটীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে এক ভাবুকিস্বৰূপ। কিয়নো এই মিছাইলবোৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিকোনো ঠাইত পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিবলৈ আৰু আঘাত কৰিবলৈ সক্ষম।

দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে কয় যে স্থানীয় সময় অনুসৰি ৰাতিপুৱা ১০:১৫ বজাত নিক্ষেপ কৰা অন্তিম আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইলটো পিয়ংইয়ংৰ পৰা নিক্ষেপ কৰা হৈছিল। ই প্ৰায় ৬,১০০ কিলোমিটাৰ উচ্চতাৰে প্ৰায় ১,০০০কিলোমিটাৰ অতিক্ৰম কৰিছে। ই মহাকাশৰ বহু ওপৰেৰে উৰি গৈছিল।

জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী য়াচুকাজু হামাদাই কৈছে যে মিছাইলটোৰ আমেৰিকা যুক্তৰাষ্ট্ৰত আঘাত কৰাৰ ক্ষমতা আছে। সকলো পৰ্যালোচনা কৰাৰ পিছত তেওঁলোকে দেখিছে যে ই আনকি ১৫,০০০ কিলোমিটাৰ দূৰত আঘাত কৰিব পাৰে। অৱশ্যে, ই নিৰ্ভৰ কৰে ই কিমান ওজনৰ অস্ত্ৰ বহন কৰি নিয়ে তাৰ ওপৰত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd