• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

প্ৰত্যাৱৰ্তনত বিলম্ব! সম্পূৰ্ণ সুস্থ নোহোৱা পৰ্যন্ত ২২ গজৰ পৰা আঁতৰত থাকিব বুমৰাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2023 5:49 pm
Jasprit Bumrah
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বলিং আক্ৰমণৰ মূল হোতা তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তনত ঘটিব বিলম্ব। তাৰকাগৰাকীৰ ফিটনেচৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআই- এ কাইলৈৰ পৰা শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাৰ পৰা বুমৰাহক বাদ দিয়াৰ কথা সদৰী কৰিছে।

ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বুমৰাহক শ্ৰীলংকাৰ বিৰুদ্ধে ৩ খন মেচৰ শৃংখলাৰ বাবে ভাৰতৰ এদিনীয়া দললৈ পুনৰ আমন্ত্ৰণ জনাইছিল। যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত ভাৰতৰ হৈ শেষবাৰৰ বাবে খেলিছিল বুমৰাহে।

Apply Now

তাৰ পিছতে আঘাতৰ বাবে তাৰকা পেচাৰগৰাকীয়ে ভাৰতৰ হৈ নমা নাই খেলপথাৰত। আঘাতৰ বাবেই এছিয়া কাপ আৰু টি-২০ বিশ্বকাপতো ভাৰতীয় দলৰ অংশ নাছিল বুমৰাহ। শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাত বুমৰাহ পুনৰ খেলপথাৰলৈ ঘূৰি আহিব বুলি আশা কৰা হৈছিল যদিও বিপদ চপাব বিচৰা নাই বিচিচিআই- এ।

তাতে সমুখত আছে এদিনীয়া বিশ্বকাপ। ঘৰৰ মাটিত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে বুমৰাহক স্বাভাৱিকতেই হ’ব অতি প্ৰয়োজন। এনে অৱস্থাত পেচাৰগৰাকী সম্পূৰ্ণ ফিটনেচলৈ ঘূৰি নহা পৰ্যন্ত খেলপথাৰলৈ ঘূৰাই আনিব বিচৰা নাই বিচিচিআই- এ।

এক বিবৃতিত বিচিচিআই- এ কয়, “শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক ৩খন মেচৰ এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হৈছে টিম ইণ্ডিয়াৰ পেচাৰ যশপ্ৰীত বুমৰাহ। সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে যশপ্ৰীত বুমৰাহৰ স্থানত কোনো খেলুৱৈৰ নাম উল্লেখ কৰা নাই।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

October 28, 2026 1:05 pm
ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

October 28, 2026 11:36 am
অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

October 28, 2026 1:05 pm
ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

October 28, 2026 11:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd