• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও জিলাৰ ধিং কাণ্ডৰ সন্দৰ্ভত সংবাদ মেল সম্বোধন জাতীয় যুৱ বাহিনী আৰু জাতীয় নাৰী বাহিনীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 23, 2024 4:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতাৰ অভয়াকাণ্ডক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অসমৰ নগাঁও জিলাৰ ধিঙত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী নাবালিকাক ৩ দুর্বৃত্তই ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ যোৱাৰ যি ভয়ংকৰ অভিযোগ উত্থাপন হৈছে তাৰ তদন্ত আৰু ভুক্তভোগীৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে জাতীয় যুৱ বাহিনীয়ে। আজি ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত মুখ্য কাৰ্যালয়ৰ পৰা সংবাদমেল সম্বোধন কৰি জাতীয় নাৰী বাহিনীৰ পিংকী বৰপূজাৰী, মুখপাত্র তথা তথ্য প্ৰচাৰ সম্পাদক অংকুমান বৰদলৈ, সহ সাধাৰণ সম্পাদক চেমুৱেল পেণ্ডকে ধৰি জাতীয় যুৱ বাহিনী আৰু নাৰী বাহিনীৰ বিষয়ববীয়াসকলে এই জঘন্য ঘটনাক তীব্র ভাষাৰে নিন্দা কৰে। সংবাদ মাধ্যমক উদ্দেশ্য কৰি সাধাৰণ সম্পাদক বিকাশ ডেকাই কয় যে, নাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত চূড়ান্তভাবে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। ভাৰতৰ প্ৰেক্ষাপটতেই হওঁক বা অসমৰ প্ৰেক্ষাপটতেই হওঁক আজি নাৰীৰ সুৰক্ষা যেন কেৱল শ্লোগানতেই সীমাবদ্ধ।

আজিও ভাৰত নাৰীৰ বিৰুদ্ধে সংঘটিত কৰা অপৰাধৰ চতুৰ্থ স্থানত আছে। নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰোৰ ২০২১ চনৰ বাৰ্ষিক প্রতিবেদন অনুসৰি সমগ্র দেশতে ৩১,৬৭৭ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন হৈছিল, অর্থাৎ দৈনিক গড়ে ৮৬ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল, যিটো ২০২০ চনৰ তুলনাত ২৮,০৪৬ টা গোচৰ বৃদ্ধি পাইছে। আনহাতে ২০১৯ চনত ৩২,০৩৩ টা গোচৰ পঞ্জীয়ন হৈছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতা সলনি হ‘ব লাগিছিল যদিও লাহে লাহে আমাৰ সমাজত এনেকুৱা ঘটনাবোৰ বৃদ্ধি পাবলৈ ধৰিছে। অৱশ্যে যিখন দেশত খোদ চৰকাৰী পক্ষৰ নেতৃত্বত ধৰ্ষণকাৰীক মালা পিন্ধাই আদৰণি জনোৱা হয় সেইখন দেশত ন্যায় বিচাৰি ৰাজপথত ওলোৱাটোও অনর্থক বুলি উল্লেখ কৰে সংগঠনটোৱে। নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বেটী বচাওঁ, বেটী পঢ়াওঁ কেবল শ্লোগানতেই আবদ্ধ হৈ ৰৈছে। বাস্তৱত কোনো ফলাফল নাই।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd