• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ দৰিদ্ৰতা আৰু অসমতা নিৰাময়ৰ গৱেষণাৰ বাবে অৰ্থনীতিবিদ জাঁ দ্ৰেজলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 11:39 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ দৰিদ্ৰতা আৰু অসমতাৰ জোখ-মাখৰ লগতে জনকল্যাণমূলক আঁচনিৰ হকে ধাৰাবাহিকভাৱে মাত মাতি অহা বিশিষ্ট কল্যাণমূলক অৰ্থনীতিবিদ জাঁ দ্ৰেজক শুকুৰবাৰে ‘গ্ল’বেল ইনইকুৱেলিটী ৰিচাৰ্চ এৱাৰ্ড’ প্ৰদান কৰা হয়। পেৰিছ স্কুল অৱ ইকনমিক্সত অনুষ্ঠিত ৱৰ্ল্ড ইনইকুৱেলিটী কনফাৰেন্সত তেওঁক এই বঁটাৰে সন্মানিত কৰা হয়। বিশেষকৈ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন আৰু ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইনৰ সপক্ষে তেওঁ আগবঢ়োৱা বলিষ্ঠ স্থিতি আৰু গৱেষণামূলক অৱদানৰ বাবেই তেওঁক এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হৈছে।

বঁটা গ্ৰহণ কৰাৰ পাছত অৰ্থনীতিবিদগৰাকীয়ে প্ৰকাশ কৰে যে এই স্বীকৃতি তেওঁৰ কোনো ব্যক্তিগত কৃতিত্ব নহয়, বৰঞ্চ সমাজ পৰিৱৰ্তনৰ হকে কাম কৰা ব্যক্তি আৰু সমূহীয়া প্ৰচেষ্টাৰহে ফল। ভাৰতৰ প্ৰেক্ষাপট সন্দৰ্ভত তেওঁ কয় যে দেশখনত কেৱল ব্যাপক অৰ্থনৈতিক অসমতাই নহয়, বৰঞ্চ জাতিভেদ প্ৰথা, লৈংগিক বৈষম্য আৰু শিক্ষাৰ অধিকাৰৰ ক্ষেত্ৰতো বৃহৎ অসমতা বিৰাজমান। অৱশ্যে, এই সকলোবোৰৰ মাজতো ভাৰতত অসমতাৰ বিৰুদ্ধে প্ৰতিবাদৰ এক চহকী ইতিহাস থকাটো আশাৰ কিৰণ বুলি উল্লেখ কৰি তেওঁ এনে আন্দোলনৰ সৈতে জড়িত হ’বলৈ পোৱাতো নিজৰ বাবে সৌভাগ্যৰ বিষয় বুলি মন্তব্য কৰে।

Apply Now

উল্লেখ্য যে, বিশ্বৰ অসমতাৰ বুজাবুজিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা গৱেষকসকলক প্ৰতি দুবছৰৰ মূৰে মূৰে এই ‘গ্ল’বেল ইনইকুৱেলিটী ৰিচাৰ্চ এৱাৰ্ড’ প্ৰদান কৰা হয়। এইবাৰৰ বঁটা প্ৰদান অনুষ্ঠানটো হৈছে ইয়াৰ দ্বিতীয়টো সংস্কৰণ। ইয়াৰ পূৰ্বে, ২০২৪ চনত সামাজিক আৰু পাৰিপাৰ্শ্বিক অসমতাৰ ওপৰত কৰা গৱেষণাৰ বাবে বীণা আগৰৱাল আৰু জেমছ কে বয়েচক যুটীয়াভাৱে এই বঁটাৰ উদ্বোধনী সংস্কৰণটো প্ৰদান কৰা হৈছিল।

শেহতীয়া সময়ত জাঁ দ্ৰেজে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন (এমজিএনৰেগা) বাতিলৰ বিৰোধিতা কৰাৰ লগতে ৰাজহুৱা বিতৰণ ব্যৱস্থাত আধাৰ প্ৰামাণীকৰণৰ অনুপস্থিতিৰ বাবে নাগৰিকক খাদ্য সামগ্ৰীৰ পৰা বঞ্চিত কৰা কাৰ্যৰো তীব্ৰ সমালোচনা কৰি আহিছে। ইয়াৰোপৰি, নতুন গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন ‘বিক্ষিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ) আইন’ সন্দৰ্ভত তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় যে এই আইনে নিয়োগৰ নিশ্চিতি প্ৰদান কৰে যদিও সেই নিশ্চিতি প্ৰকৃততে কাৰ্যকৰী হোৱাৰ কোনো নিশ্চয়তা প্ৰদান নকৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd