• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 24, 2021 9:00 am

1 min read

Jemima-Khan-Peter-Morgan

পিটাৰ মৰ্গানৰ সৈতে জেমিমা ।

320
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰথমা পত্নী জেমিমা গ’ল্ডস্মিথে নতুনকৈ প্ৰেমত পৰিছে। ব্ৰিটেইনৰ চেলিব্ৰেটি পিটাৰ মৰ্গানৰ সৈতে জেমিমাৰ সম্পৰ্কই বাতৰিৰ শিৰোণামা দখল কৰিছে।

বৰ্তমান ৪৬বছৰ বয়সীয়া জেমিমাৰ ৫৭ বছৰীয়া পিটাৰৰ সৈতে এবছৰ ধৰি পৰিচয় আছিল। কেই সপ্তাহমানৰ পৰা তেওঁলোক এতিয়া একেলগে থাকিবলৈ আৰম্ভ কৰিছে।

পিটাৰ আৰু জেমিমাৰ প্ৰেমক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে জনপ্ৰিয় ‘দ্য ক্ৰাউন’ ছিৰিজৰ লেখকগৰাকীৰ পত্নী অভিনেত্ৰী জিলিয়ান এণ্ডাৰছনে।

কেই সপ্তাহমান পূৰ্বেই ৫২ বছৰীয়া জিলিয়ানৰ পিটাৰৰ সৈতে সম্পৰ্কত ফাট মেলিছিল। তাৰকা দুগৰাকীৰ মাজত চাৰি বছৰজোৰা সম্পৰ্ক আছিল।

বাতৰি অনুসৰি, নৱবৰ্ষৰ আৰম্ভণিতে পিটাৰ আৰু জেমিমাই ডেটিং কৰিবলৈ আৰম্ভ কৰে আৰু ইতিমধ্যে দুয়ো একেলগে বাস কৰিবলৈ লৈছে।

পিটাৰ মৰ্গানে ১৯৯৭ চনত আনা কেৰোলিনা ছোয়াৰ্জনবাৰ্গক বিয়া কৰায় আৰু ২০১৪চন পৰ্যন্ত তেওঁলোকে সংসাৰ কৰে। তেওওঁলোকৰ পাঁচটি সন্তানো আছে।

আনহাতে, ১৯৯৭ চনত পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু বৰ্তমান দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সৈতে জেমিমাৰ বিয়া হয়।

২০০৪চনত ইমৰাণ-জেমিমাৰ বিচ্ছেদ ঘটে। তেওঁলোকৰো দুটা পুত্ৰ সন্তান আছে। ইয়াৰ পাছত জেমিমাই কেইবাটাও সম্পৰ্কত জড়িত হৈ পৰে।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd