• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আজিৰ পৰা জন্মু আৰু কাশ্মীৰত সৰ্বাত্মকৰূপত পুনৰ খোলা হৈছে চৰকাৰী কাৰ্যালয়সমূহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 6, 2020 3:50 pm

1 min read

kashmir-lockdown-759

প্ৰতিনিধিত্বমূলক ফ'টো, সৌজন্য - ইন্টাৰনেট

834
VIEWS
Share on FacebookShare on Twitter

জন্মু আৰু কাশ্মীৰত আজিৰ পৰা সকলো ধৰণৰ চৰকাৰী কাৰ্যালয় পুনৰ আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে, জন্মু আৰু কাশ্মীৰৰ চৰকাৰে যোৱা শুকুৰবাৰে শনিবাৰৰ(আজি) পৰা সকলো ধৰণৰ চৰকাৰী কাৰ্যালয় পুনৰ খোলাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছিল।

অৱশ্যে চৰকাৰে বয়োজ্যেষ্ঠ কৰ্মচাৰী, গৰ্ভৱতী কৰ্মচাৰী আৰু স্বাস্থ্যজনিত কাৰণ অসুস্থ কৰ্মচাৰীৰ ক্ষেত্ৰত শিথিলতা অৱলন্বন কৰিছে।

‘সকলো পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীয়ে ৬ জুনৰ পৰা দৈনন্দিন কৰ্তব্যস্থলীত উপস্থিত থাকিব লাগিব।’ চৰকাৰী নিৰ্দেশনাত এইদৰে কোৱা হয়।

নিৰ্দেশনাত চৰকাৰে আৰু কয় যে কেৱল উপযুক্ত প্ৰৱেশ পত্ৰ থকা দৰ্শনাৰ্থীসকলেহে কাৰ্যালয়ত উপস্থিত হৈ কোনো বিষয়া বা উৰ্দ্ধতন কৰ্তৃপক্ষক দৰ্শন কৰিব পাৰিব।

আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ আদেশ মৰ্মে কাৰ্যালয়সমূহত বায়’মেট্ৰকিক পান্সিং মেচিন বন্ধ থাকিব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত জন্মু আৰু কাশ্মীৰৰ চৰকাৰে এই ব্যৱস্থা বাহাল ৰাখিব।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd