• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অস্বাভাৱিক হাৰত নৱজাতকৰ মৃত্যু : দায়সৰা প্ৰতিবেদন তদন্ত কমিটীৰ

NE NOW NEWS এন ই নাও নিউজ
যোৰহাট , November 10, 2018 10:34 am

2 min read

JMCH
276
VIEWS
Share on FacebookShare on Twitter

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যোৱা ৯ দিনত ১৮টাকৈ নৱজাতকৰ মৃত্যু হোৱা ঘটনাৰ প্ৰতিবেদনত কৰ্তৃপক্ষই নিজক বচোৱাৰ চেষ্টাৰে প্ৰসূতিসকল পলমকৈ চিকিৎসালয়ত ভৰ্তি হোৱাটোকে মূল কাৰণ হিচাপে দেখুৱাইছে। এই কথাই ভুক্তভোগী আৰু সচেতন নাগৰিকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে যোৱা ১ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈকে চিকিৎসালয়খনত ১৫টিকৈ নৱজাতকৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত ৬ নৱেম্বৰৰ দিনাই ৬টি শিশুৰ মৃত্যু হৈছিল। আনহাতে ৭ আৰু ৯ নৱেম্বৰৰ মাজতো পুনৰ ৩টি শিশুৰ মৃত্যু হয়। স্থানীয় দল-সংগঠন আৰু মৃত শিশুকেইটিৰ আত্মীয়ৰ প্ৰতিবাদৰ ফলত চিকিৎসালয় কৰ্তৃপক্ষই বিষয়টো তদন্তৰ বাবে এখন ৬জনীয়া কমিটী গঠন কৰি দিছিল।

তদন্তৰ প্ৰতিবেদনত কোৱা হৈছে যে মৃত্যু হোৱা আটাইকেইটি শিশুৰ মাককেইগৰাকীক পলমকৈ ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁলোকৰ প্ৰাক-প্ৰসৱকালীন পৰীক্ষা (pre-natal) কৰোৱাৰ কোনো তথ্য নাছিল।

ইফালে চিকিৎসালয় কৰ্তৃপক্ষৰ এই অভিযোগ অস্বীকাৰ কৰিছে অভিভাৱকসকলে। ইয়াক চিকিৎসালয়খনে নিজক বচোৱাৰ কৌশল বুলি অভিহিত কৰে তেওঁলোকে।

আকৌ প্ৰতিবেদনত কোৱা হৈছে যে চিকিৎসালয়খনৰ নৱজাতকৰ বিশেষ যতন শাখাটোত (Special Care Newborn Unit (SCNU)) ৪০টি শিশুহে ৰখাৰ ব্যৱস্থা আছে যদিও তাত এই কেইদিনত ৮০টা পৰ্য্যন্ত শিশু ৰাখিব লগীয়া হৈছিল।

গতিকে এই শাখাটোৰ সক্ষমতা বৃদ্ধি কৰিবলৈ চৰকাৰক অনুৰোধ জনাবলৈ প্ৰতিবেদনত প্ৰস্তাৱ দিয়া হৈছে।

তদন্ত কমিটীখন শিশুৰোগ বিভাগৰ মুৰব্বী ডাঃ প্ৰনৱজিৎ বিশ্বনাথ, পূৰ্ণিমা শইকীয়া, সদস্য সচিব, বিষ্ণুৰাম দাস কমিউনিটি মেডিচিন, প্ৰসূতি বিভাগৰ ভাৰপ্ৰাপ্ত চিকিৎসক প্ৰনৱিকা মহন্ত আৰু এম এন বৰুৱাৰে গঠিত আছিল।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd