• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাতংকৰ সময়ত জে এন ইউএ শিকাব ‘ৰামায়ণৰ পৰা কেনেকৈ নেতৃত্বৰ পাঠ ল’ব পাৰি?’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 29, 2020 6:55 pm

1 min read

image
796
VIEWS
Share on FacebookShare on Twitter

দেশৰ আটাইতকৈ আগশাৰী উচ্চ শিক্ষানুষ্ঠান জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অনলাইন যোগে প্ৰদান কৰিব পাঠদান।

ক’ৰ’না আতংকৰ সময়ত ‘মহাকাব্য ৰামায়ণৰ পৰা কেনেকৈ নেতৃত্বৰ পাঠ ল’ব পাৰি’ সেই বিষয়ে বিশেষ পাঠদান কৰাৰ এক সূচী তৈয়াৰ কৰিছে দেশৰ আগশাৰী উচ্চ শিক্ষানুষ্ঠানখনে।

এই পাঠদান সূচী ৱেব চেমিনাৰ যোগেদি পৰিচালনা কৰিব শিক্ষানুষ্ঠানখনৰ স্কুল অৱ সংস্কৃত এণ্ড ইণ্ডিক ষ্টাডিজ এণ্ড স্কুল অৱ লেংগুৱেজ, লেকচাৰাৰ এণ্ড কালচাৰেল ষ্টাডিজৰ ফেকাল্টি সদস্যসকলে।

পাঠদানৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু মে’ৰ ২ আৰু ৩ তাৰিখে সন্ধিয়া ৪ পৰা ৬ বজাৰ পাঠদান অনুষ্ঠিত হোৱাৰ কথা।

বিশ্বিবদ্যালয়খনৰ উপাচাৰ্য মামিদালা জগদীশ কুমাৰে এই চেমিনাৰলৈ সকলোকে স্বাগতম জনাইছে।

ইফালে সমগ্ৰ বিশ্বৰ লগতে দেশত ক’ৰ’নাই নৰ সংহাৰ চলাই থকাৰ সময়তে জে এন ইউৰ দৰে প্ৰগতিশীল ভাৱধাৰাৰ এখন উচ্চ শিক্ষানুষ্ঠানত ‘ৰামায়ণ’ৰ এই অনলাইন পাঠদান কাৰ্যসূচীকলৈ প্ৰশ্নৰো উত্থাপন হৈছে।

এই সন্দৰ্ভত সংবাদ সংস্থা এ এন আইৰ আগত উচ্চ শিক্ষানুষ্ঠানখনে মন্তব্য কৰে যে, ‘ভগৱান ৰামে কঠিন পৰিস্থিতিটো কেনেকৈ সত্য, ন্যায়, সাম্য বৰ্তাই ৰাখিবলৈ চিন্তা কৰিছিল সেই বিষয়ে মহাত্মা গান্ধীয়ে কৈ গৈছে। বৰ্তমান কোভিড-১৯এ নৰ সংহাৰ চলোৱাৰ সময়ত আমি নিজকে শক্তিশালী কৰিবলৈ ৰামায়ণৰ পৰা বহু কথা শিকাৰ প্ৰয়োজন আছে। সেয়ে ভাবো এই ইয়াৰ বিৰোধিতা কৰাৰ কোনো কাৰণ থাকিব নালাগে।’

Recent News

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd