• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 26, 2021 6:28 pm

1 min read

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ
226
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ প্ৰাক্তন মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ নামত থকা সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ ইংলেণ্ডৰ টেষ্ট দলৰ অধিনায়ক জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য কৰিছে ইংলেণ্ডৰে প্ৰাক্তন ক্ৰিকেটাৰ তথা সেই সময়ৰ মহান বেটছমেন জোফ্ৰী বয়কটে।

শ্ৰীলংকাৰ বিৰুদ্ধে সদ্য সমাপ্ত টেষ্ট শৃংখলাত জ’ ৰুটে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। শৃংখলটোৰ চাৰিটা ইনিংছত ৰুটে ১০৬.৫০ গড়ে সৰ্বাধিক ৪২৬ ৰান বনাইছিল।

বয়কটে ‘দ্যা টেলিগ্ৰাফ’ত লিখিছে, ‘ডেভিড গাৱৰ, কেভিন পীটাৰছন আৰু মোতকৈ অধিক ৰান সংগ্ৰহ কৰি ইংলেণ্ডৰ হৈ সৰ্বাধিক টেষ্ট ৰান সংগ্ৰহকাৰী হোৱাৰ কথা পাহৰি যাওক। জ’ ৰুটৰ ২০০ খন মেচ আৰু শচীন টেণ্ডুলকাৰতকৈ অধিক ৰান কৰাৰ ক্ষমতা আছে’।

তেওঁ লগতে কয়, ‘ৰুটৰ এতিয়া ৩০ বছৰ আৰু এতিয়ালৈকে তেওঁ ৯৯খন টেষ্ট খেলি ৮২৪৯ ৰান বনাইছে। যদি তেওঁ গুৰুতৰভাৱে আঘাতৰ সমস্যাত নপৰে তেন্তে তেওঁ টেণ্ডুলকাৰৰ ১৫৯২১ ৰানৰ অভিলেখ ভংগ কৰিব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে’।

অৱশ্যে বয়কটে প্ৰাক্তন ক্ৰিকেটাৰৰ লগত তুলনা কৰাতকৈ বৰ্তমানৰ বিৰাট কোহলী, ষ্টিভ স্মিথ আৰু কেন উইলিয়ামছনৰ লগতহে ৰুটৰ তুলনা হ’ব লাগে বুলিও মন্তব্য কৰে।

Recent News

a bodo

বি টি চিৰ অধিৱেশনত কল্যাণকামী বাজেট দাখিল প্ৰমোদ বড়োৰ

deepika-pic

মাজনিশা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দীপিকা পাডুকনৰ অৱস্থা কি কৰিলে অনুৰাগীয়ে, চাওঁক ভিডিঅ’

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd