• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, February 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০-২১ আৰু ২৮ জানুৱাৰিত ড্ৰাই ডে’ ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
যোৰহাট , January 20, 2019 2:22 pm

1 min read

২০-২১ আৰু ২৮ জানুৱাৰিত ড্ৰাই ডে’ ঘোষণা
630
VIEWS
Share on FacebookShare on Twitter

কাইলৈ অৰ্থাৎ ২১ জানুৱাৰিত হ’ব লগীয়া মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰসাসনে আজি অৰ্থাৎ ২০-২১ জানুৱাৰিত ড্ৰাই ডে’ ঘোষণা কৰিছে। লগতে ২৮ জানুৱাৰিতো নিৰ্বাচনৰ ভোট গণনা আৰু ফলাফলৰ ঘোষণাৰ প্ৰতি লক্ষ্য ৰাখি ড্ৰাই ডে’ ঘোষণা কৰিছে।

যোৰহাট জিলাত অহা ২১ জানুৱাৰিত অনুষ্ঠিত হ’বলগীয়া মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি জিলা প্রশাসনে ইতিমধ্যে সম্পূৰ্ণ কৰিছে। ড্রাই ডে’ ঘোষণা কৰা সময়ছোৱাত দেশী-বিদেশী সুৰাৰ প্ৰচলন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ লগতে জিলাখনৰ সুৰাৰ সকলো বিপণী, বাৰ, ক্লাব, ব’ণ্ডেড বেৰহাউছ, দেশীয় সুৰাৰ দোকান-মহল সমূহ বন্ধ থাকিব।

তাৰোপৰি ড্ৰাই ডে’ৰ সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা চৌহদত কোনো ব্যক্তি বা গোটে সুৰা মজুত ৰাখিব নোৱাৰিব। আৰু নিষেধাজ্ঞা ভংগ কৰিলে অসম আবকাৰী আইন আৰু বিধি অনুযায়ী দণ্ডনীয় হ’ব।

Recent News

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

111195-delhi-voter-id-pti

২০২১ৰ নিবাৰ্চন : নিৰ্বাচনৰ বাবে সাজু ডিব্ৰুগড় নিৰ্বাচন জিলা; জিলাখনত আছে কিমান ভোটাৰ?

মানুহৰ মুখৰ আকৃতিৰ এটা হাঙৰক লৈ চাঞ্চল্য! ক’ত?

মানুহৰ মুখৰ আকৃতিৰ এটা হাঙৰক লৈ চাঞ্চল্য! ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd