• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰে পৰা ভক্তৰ বাবে মুকলি কৰা হৈছে যোৰহাট লাহদৈগড়ৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
June 8, 2020 2:22 pm
Screenshot_2020-06-08-11-12-16_1
259
VIEWS
Share on FacebookShare on Twitter

ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ অংশ হিচাপে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে যোৱা ৭৫ দিন ৰাজ্যৰ অন্যান্য মঠ মন্দিৰৰ লগতে সাধাৰণ ভক্তৰ বাবে বন্ধ আছিল যোৰহাট জিলাৰ টীয়ক লাহদৈগড়ৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ।

আজি সোমবাৰৰ পৰা পুনৰ চৰকাৰে ঘোষণা কৰা নীতি নিয়ম মানি  মঠ মন্দিৰ সমূহ খোলাৰ নিৰ্দেশ দিয়াত ঢেকীয়াখোৱা বৰনামঘৰতো সাধাৰণ দৰ্শনাৰ্থীৰ বাবে দুৱাৰ মুকলি কৰা হৈছে।

ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে ভক্তক আদৰিবলৈ তথা সতৰ্কতা মুলক ব্যৱস্থা হিচাপে নামঘৰৰ প্ৰৱেশ পথৰ সন্মুখত দৰ্শনাৰ্থী সকলৰ বাবে হাত-ভৰি ধোৱা, হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা কৰাৰ উপৰিও প্ৰৱেশ দুৱাৰৰ সন্মুখত ডিভাইডাৰৰ ব্যৱস্থা কৰিছে।

ইপিন দেওবাৰে সমগ্র বৰনামঘৰ চৌহদ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু সদৌ অসম মুছলিম যুৱ সন্থাৰ উদ্যোগত ছেনিটাইজাৰৰ ব্যৱস্থা কৰা হয়।

আজিও নামঘৰ পৰিচালনা সমিতি তথা বৃহত্তৰ ঢেকীয়াখোৱা গাঁৱৰ ৰাইজে নামঘৰৰ চৌপাশ পৰিস্কাৰ কৰাত ব্যস্ত আছে।

নামঘৰৰ প্ৰবেশ দুৱাৰত পৰিচালনা সমিতিৰ তৰফৰ পৰা মাস্ক, ছেনিটাইজাৰ তথা ভক্তৰ পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰী নিৰ্দেশনা আখৰে আখৰে পালন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd