• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যুৱ সাংবাদিক মিৰাজ ৰায়ৰ অকাল বিয়োগঃ চাপৰ-বহলপুৰত শোক

 তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
November 17, 2022 3:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাৰ বহলপুৰৰ যুৱ সমাজকৰ্মী তথা ঈশান নিউজ নামৰ নিউজ প’ৰ্টেলৰ চাপৰ-বহলপুৰৰ স্থানীয় সংবাদদাতা মিৰাজ ৰায়ে(৩০) দীৰ্ঘদিন ধৰি যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰাৰ পিচতে সমগ্ৰ চাপৰ আৰু বহলপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে ৷ উল্লেখযোগ্য যে কিছুদিন ধৰি তেওঁ যকৃতৰ ৰোগত আক্ৰান্ত হোৱাত হায়দৰাবাদ, গুৱাহাটী, বঙাইগাঁও আদি ঠাইৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হৈছিল যদিও শেষ মুহূৰ্তত তেওঁ মৃত্যুৰ ওচৰত হাৰ মানিবলগীয়া হ’ল ৷

ধুবুৰী জিলাৰ বহলপুৰ বৰপাৰা গাঁৱৰ যোগানন্দ ৰায় আৰু নীলিমা ৰায়ৰ জ্যেষ্ঠ পুত্ৰ তথা যুৱ সাংবাদিক মিৰাজ ৰায়ৰ অসুস্থতাৰ খবৰ পাই ধুবুৰীৰ সাংসদ বদৰ উদ্দিন আজমলে “আজমল ফাউণ্ডেচন’’ৰ জৰিয়তে ৫০ হেজাৰ টকাৰ চিকিৎসা সাহায্য আগবঢ়োৱাৰ লগতে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মনেও অৰ্থ সাহায্য আগবঢ়াইছিল ৷ বৃহত্তৰ বহলপুৰ অঞ্চলৰ ৰঙালী বিহু সন্মিলন, দুৰ্গাপূজা, কালীপূজা, মহামায়া পূজা , আদিত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰি সমাজসেৱা আগবঢ়োৱা যুৱ সাংবাদিক মিৰাজ ৰায়ৰ আজি মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে চাপৰ প্ৰেছ ক্লাৱ, বহলপুৰ শাখা সাহিত্য সভা, চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাৱ, আক্ৰাছুৰ বহলপুৰ আঞ্চলিক সমিতি, চাপৰ শাখা সাহিত্য সভা, ধুবুৰী পূৱ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা, বহলপুৰ চিলাৰায় সমাজ কল্যাণ সংঘ, বহলপুৰ আঞ্চলিক ছাত্ৰ সন্থা আদি দল সংগঠনৰ প্ৰতিনিধি মিৰাজ ৰায়ৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনায় ৷

Apply Now

চাপৰৰ চক্ৰ বিষয়া কবিতা ডেকা, ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণীকান্ত ৰায় , মুখপাত্ৰ তিলক চন্দ্ৰ প্ৰসাদ,বহলপুৰৰ ৰত্নপীঠ কলেজৰ অধ্যাপক ড° মানিক সিংহ , সমাজকৰ্মী অৰুণ সিংহ, গংগাধৰ ৰায় , শিক্ষক ছাজিদ হুছেইন, আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক কৰ্ণ ৰায় , আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক পুলকেশ ৰায়চৌধুৰী,অৱসৰপ্ৰাপ্ত কৰ্ণেল সমুদ্ৰগুপ্ত ৰায়চৌধুৰী,অৱসৰপ্ৰাপ্ত শিক্ষক মহানন্দ ৰায়, সমাজকৰ্মী অনিল ৰায় ,যুৱ সমাজকৰ্মী গোবিন্দ ৰায় , সমাজকৰ্মী আশানন্দ ৰায় আদি বিশিষ্ট ব্যক্তিসকল আজি মিৰাজ ৰায়ৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনোৱাৰ লগতে শোকাকুল পৰিয়ালক সমবেদনা জনায় ৷

ইফালে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মন , পূৱ বিলাসীপাৰাৰ বিধায়ক ছামচুল হুদাই যুৱ সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৷ মিৰাজ ৰায়ৰ অন্তিম সৎকাৰ চম্পাৱতী নৈৰ পাৰৰ পাতালপুৰস্থিত বহলপুৰ ৰাজহুৱা শ্মশানত অজস্ৰ আত্মীয় আৰু গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয় ৷

 তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd