DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ন্যায্য প্ৰাপ্তিৰ দাবীত গুৱাহাটীত সংবাদকৰ্মী সন্থাৰ প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 30, 2020 9:06 pm
Journalist protest in Guwahati
204
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে গুৱাহাটীৰ ভি.আই.পি. ৰোডস্থিত চচলত ন্যায্য প্ৰাপ্তিৰ দাবীৰে এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে সদৌ অসম সংবাদকৰ্মী সন্থাই।

বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত প্ৰায় অৰ্দ্ধ শতাধিক শ্ৰমিক-কৰ্মচাৰীৰ উপস্থিতিত হোৱা এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এ আই টি ইউ চিৰ সভাপতি মুনীন মহন্ত আৰু চি.আই.টি.ইউৰ সম্পাদক তপন শর্মাই মোদী চৰকাৰৰ শ্ৰম বিৰোধী নীতিৰ কথা উল্লেখ কৰে।

উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সাধাৰণ সম্পাদক দীপক ভুঞাই সংবাদ পত্ৰ উদ্যোগক বৰ্তমান পৰিস্থিতিৰ পৰা পৰিত্ৰাণ দিবৰ বাবে ‘বিশেষ আৰ্থিক সাহায্য আঁচনি’ ঘোষণাৰ দাবী কৰাৰ লগতে নিউজ প্ৰিন্টৰ ওপৰত ‘অতিৰিক্ত কৰ আৰোপ কৰাৰ ফলত সংবাদপত্ৰৰ জগতখনে তাৰ কু-ফল ভুগিবলগীয়া হৈছে বুলি উল্লেখ কৰে।

ইয়াৰোপৰি তেওঁ দাবী কৰি কয় ‘সকলো অসাংবাদিক সংবাদ কৰ্মীক অৱসৰকালীন ভাত্তা প্ৰদান কৰিব লাগে। সকলো সংবাদ পত্ৰ প্ৰতিষ্ঠানত মাঝিথিয়া দৰমহা আয়োগৰ পৰামৰ্শৱলী প্ৰয়োগ কৰিব লাগে।‘

আনহাতে, উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি সন্থাৰ সভাপতি সুদীপ্ত সৰকাৰে দাবী কৰি কয় ‘সংবাদকৰ্মী নিৰাপত্তা আই সোনকালে প্ৰযোজ্য কৰিব লাগে। ৰাজ্য চৰকাৰে সাংবাদিকসকলৰ বাবে নিৰ্মাণ কৰিবলগীয়া আৱাসগৃহসমূহ কেৱল সাংবাদিকসকলৰ বাবে নকৰি সকলো সংবাদকৰ্মীৰ মাজত বিতৰণ কৰিব লাগে।‘

ইয়াৰোপৰি, তেওঁ ‘সাংবাদিক চিকিৎসা আঁচনিত সকলো সংবাদকৰ্মীক অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়।

প্ৰতিবাদৰ অন্তত দিচপুৰ থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

Recent News

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

SC to hear Gyanvapi Mosque case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd