• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ: অভিযোগনামা দাখিলৰ পিছত আজি প্ৰথম শুনানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2025 12:07 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিযোগনামা দাখিলৰ পিছত আজি, মঙলবাৰ ১৬ ডিচেম্বৰত কামৰূপ (মেট্ৰ’)ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জুবিন গাৰ্গৰ হত্যা গোচৰৰ প্ৰথমটো শুনানি অনুষ্ঠিত হৈছে। তথ্য-প্ৰমাণসহ ১২ হাজাৰ পৃষ্ঠাৰ বিশাল চাৰ্জশ্বীট দাখিল কৰাৰ পিছত আজিৰ এই শুনানিৰ ওপৰত ৰাজ্যবাসীৰ দৃষ্টি নিৱদ্ধ হৈ আছে।

গোচৰটোৰ সাতজন অভিযুক্তক নিৰাপত্তাজনিত কাৰণত সোঁশৰীৰে গুৱাহাটীৰ আদালতলৈ অনা হোৱা নাই। চৰকাৰী পক্ষৰ অধিবক্তা প্ৰদীপ কোঁৱৰৰ আৱেদন গ্ৰহণ কৰি আদালতে তেওঁলোকক ভাৰ্চুৱেলী (ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে) হাজিৰ কৰোৱাৰ নিৰ্দেশ দিছে।

Apply Now

এই গোচৰৰ মূল অভিযুক্তসকল হৈছে ক্ৰমে উৎসৱৰ আয়োজক শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, ভাতৃ সন্দিপন গাৰ্গ, ঢোলবাদক শেখৰজ্যোতি গোস্বামী, সহ-গায়ক অমৃতপ্ৰভা মহন্ত, আৰু জুবিন গাৰ্গৰ দুই পিএছঅ’ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য।

আজিৰ শুনানিত অভিযুক্তসকলৰ কোনো বিশেষ মতামত গ্ৰহণ কৰা নহ‘ব। ন্যায়াধীশে কেৱল তেওঁলোকৰ স্বাস্থ্যজনিত দিশবোৰহে নিৰীক্ষণ কৰিব বুলি জানিব পৰা গৈছে।

আদালতে চিআইডিক আৰক্ষীৰ জৰিয়তে অভিযুক্তক চাৰ্জশ্বীটৰ কপি তেওঁলোকৰ নিজ নিজ সংশোধনী গৃহত প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। সূত্ৰ অনুসৰি আজিয়েই গোচৰৰ পৰৱৰ্তী শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰা হ‘ব, লগতে অভিযুক্তক সোঁ-শৰীৰে হাজিৰ কৰোৱাৰ সন্দৰ্ভতো সিদ্ধান্ত লোৱা হ’ব।

অভিযোগনামাত উল্লেখ থকা তথ্য অনুসৰি, ধনৰ হিচাপৰ খেলিমেলিৰ বাবেই জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। কাৰণ বছৰি ৪.৮০ কোটি টকা উপাৰ্জন কৰা জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ ১০ লাখ টকা জমা আছিল। তেওঁ ১০ অক্টোবৰত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা এই ধনৰ হিচাপ ল’বলৈ বহাৰ কথা আছিল। কিন্তু ধনৰ আলোচনাৰ পূৰ্বে ১৯ ছেপ্টেম্বৰত ৰহস্যজনকভাৱে শিল্পীগৰাকীয়ে মৃত্যুক সাৱটি লয়।

গুৱাহাটী উকীল সন্থাই অভিযুক্তৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্তত অটল থকাৰ বাবে, অভিযুক্তৰ হৈ জিলা আইন সেৱা প্ৰাধিকাৰণৰ জৰিয়তে অধিবক্তা নিযুক্তি দিয়া হৈছে। অৱশ্যে, অভিযুক্তৰ পৰিয়ালে নিজাববীয়া অধিবক্তা নিযুক্তিৰ চেষ্টা অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd