• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাপানীজ এনকেফেলাইটিছ : স্বাস্থ্যকৰ্মীক ঘৰে ঘৰে গৈ তেজৰ নমুনা সংগ্ৰহৰ নিৰ্দেশ মন্ত্ৰী পিযুষৰ

NE NOW NEWS নীলমনি শর্মা
কৃষ্ণাই , July 10, 2019 6:04 pm

1 min read

জাপানীজ এনকেফেলাইটিছ : স্বাস্থ্যকৰ্মীক ঘৰে ঘৰে গৈ তেজৰ নমুনা সংগ্ৰহৰ নিৰ্দেশ মন্ত্ৰী পিযুষৰ
286
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই আজি এদিনিয়া ভ্ৰমণসূচীৰে গোৱালপাৰা জিলাৰ ৰংজুলিত উপস্থিত হয়। মন্ত্ৰী গৰাকীয়ে অঞ্চলটোত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে আজি দুপৰীয়া ৰংজুলি স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শণ কৰে।

‘জাপানীজ এনকেফেলাইটিছ ৰোগ ৰোধ কৰিবলৈ অসমৰ স্বাস্থ্য বিভাগে সৰ্বশক্তি প্ৰয়োগ কৰিব’ বুলি উল্লেখ কৰি তেওঁ কয় যে স্বাস্থ্যকৰ্মী সকলে গাঁৱে গাঁৱে, ঘৰে ঘৰে গৈ তেজৰ নমুনা সংগ্ৰহ কৰিব লাগিব। এইক্ষেত্ৰত তেওঁ সমগ্ৰ অসমত সকলো ৰোগীৰ তেজ পৰীক্ষা ক্ষীপ্ৰ কৰাত গুৰুত্ব আৰোপ কৰে।

আনহাতে চিকিসৎকসকলে ৰোগীক প্ৰেচক্ৰিপচনত ঔষধৰ ব্ৰেণ্ড লিখি দিয়াৰ বিৰুদ্ধে মন্ত্ৰী পিযুষ হাজৰিকা সৰৱ হৈ উঠে। এতিয়াৰ পৰা কোনো ডাক্তৰে ঔষধৰ ব্ৰেণ্ড লিখি দিলে সেই প্ৰেচক্ৰিপচন চৰকাৰী ফাৰ্মাচিষ্টে গ্ৰহণ কৰিব নোৱাৰিব বুলি তেওঁ কয়। তেনে প্ৰেচক্ৰিপচন গ্ৰহণ কৰিলে ফাৰ্মাচিষ্টসকল জগৰীয়া হ’ব বুলিও তেওঁ সকীয়াই দিয়ে।

ইফালে আজি চিকিৎসালয়খনৰ একাংশ ৰোগীয়ে হস্পিতাল কৰ্তৃপক্ষই মন্ত্ৰী অহা বাবেহে ৰোগীৰ বিচনাত বিচনা চাদৰ আদি পাৰি দিয়া বুলি কৈ অন্য দিনা খুজিলেও ৰোগীক কাপোৰ নিদিয়ে বুলি অভিযোগ কৰে।

Recent News

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd