• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

“আনটাছ্ড 13”! ফণ্টেইনৰ প্ৰস্থান….

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2023 3:42 pm
Just Fontaine
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱন যুদ্ধত হাৰ মানিলে প্ৰাক্তন ফৰাচী ফুটবলাৰ তথা ফিফা বিশ্বকাপৰ ইতিহাসত এক বিৰল অভিলেখৰ গৰাকী জাষ্ট ফণ্টেইনে। বুধবাৰে প্ৰাক্তন ফুটবল তাৰকাগৰাকীৰ মৃত্যুৰ কথা সদৰী কৰে পৰিয়ালৰ লোকে। মৃত্যুৰ সময়ত ফণ্টেইনৰ বয়ষ আছিল ৮৯ বছৰ।

উল্লেখ্য যে, ফুটবল বিশ্বকাপৰ ইতিহাসত ফণ্টেইনৰ নামত আছে এক দীৰ্ঘদিনীয়া অভিলেখ। ১৯৫৮ চনৰ ছুইডেন বিশ্বকাপত ফণ্টেইনে ফ্ৰান্সৰ হৈ ১৩ টা গ’ল স্ক’ৰ কৰি গ’ল্ডেন বুট জয় কৰাৰ লগতে বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিক গল স্ক’ৰাৰ হিচাপে পৰিগণিত হৈছিল।

Apply Now

তেতিয়াৰ পৰা বিগত বৰ্ষৰ কাটাৰ বিশ্বকাপলৈকে ফণ্টেইনৰ এই অভিলেখ অক্ষত অৱস্থাত আছে। বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক গ’লদাতাৰ তালিকাত ফণ্টেইন আৰ্জেণ্টাইন তাৰকা লিঅ’নেল মেছিৰ সৈতে যুটীয়াভাৱে আছে চতুৰ্থ স্থানত।

জাৰ্মানীৰ মিৰ’শ্লাভ ক্ল’জ ১৬ টা গলেৰে প্ৰথম, ব্ৰাজিলৰ ৰোনাল্ড’ ১৫ গলেৰে দ্বিতীয় আৰু জাৰ্মানীৰ গাৰ্ড মূলাৰ ১৪ টা গলেৰে বিশ্বকাপ ইতিহাসত সৰ্বাধিক গল স্ক’ৰাৰৰ তালিকাৰ তৃতীয় স্থানত আছে। অৱশ্যে ফণ্টেইনে কেৰিয়াৰৰ মাত্ৰ এখন বিশ্বকাপত অংশগ্ৰহণ কৰি ৬ খন মেচতে এই সফলতা লাভ কৰিছিল।

১৯৩৩ চনৰ আগষ্ট মাহত সেইসময়ৰ ফৰাচী উপনিৱেশ মৰক্কোৰ মাৰাকেচত জন্ম হৈছিল ফণ্টেইনৰ। ফৰাচী পিতৃ আৰু স্পেনিছ মাতৃৰ সন্তান ফণ্টেইনে কাছাব্লাংকাত স্কুলীয়া শিক্ষাৰ লগতে ফুটবল কেৰিয়াৰো আৰম্ভ কৰে।

১৯৫৩ চনত তেওঁ ফ্ৰান্সলৈ যায় আৰু ফৰাচী ক্লাৱ নাইচত যোগদান কৰে। নাইচত তিনি বছৰীয়া কেৰিয়াৰত ফণ্টেইনে তথাপিও প্ৰথম ছিজনত ফ্ৰেন্স কাপ আৰু ১৯৫৬ চনত লীগ খিতাপ জয় কৰে।

ইয়াৰ পিছত তেওঁ প্ৰখ্যাত ফৰাচী ক্লাৱ ৰেইমছৰ সৈতে চুক্তিবদ্ধ হয়। ফণ্টেইনে ৰেইমছত তিনিটা লীগ খিতাপ আৰু ফ্ৰেন্স কাপ জয় কৰে।

কিন্তু ১৯৬২ চনত মাত্ৰ ২৮ বছৰ বয়সতে তেওঁৰ ফুটবল কেৰিয়াৰৰ অন্ত পৰে। আঘাতৰ বাবে কম বয়সতে এক সম্ভাৱনাপূৰ্ণ ফুটবল কেৰিয়াৰ সামৰিবলৈ বাধ্য হয় ফণ্টেইন। এই চমু কেৰিয়াৰত ফ্ৰান্সৰ হৈ ২১ খন খেলত ৩০ টা স্ক’ৰ কৰিছিল ফণ্টেইনে।

উল্লেখ্য যে, কেৰিয়াৰ চমু হ’লেও ফণ্টেইনে নিজৰ নিপুণ ক্ৰীড়াশৈলীৰে ফুটবল জগতত নিজৰ সাঁচ ৰাখি যায়। সেইবাবেই হয়তো ফুটবল সম্ৰাট পেলেই ২০০৪ চনত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ১২৫ গৰাকী জীৱিত ফুটবলাৰৰ তালিকাত ফণ্টেইনক স্থান দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd