• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত ১.৫ ফুটৰ নগদ ধনৰ দ’ম উদ্ধাৰৰ তদন্ত: অভিযোগনামা দাখিলৰ পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2025 5:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ চনৰ ১৪ মাৰ্চত অগ্নিকাণ্ডৰ সময়ত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ দিল্লীৰ বাসগৃহত ১.৫ ফুট দৈৰ্ঘ্যৰ অৰ্ধ জ্বলি যোৱা নগদ ধনৰ দ’ম উদ্ধাৰ হোৱাৰ অভিযোগত উচ্চতম ন্যায়ালয়ৰ তদন্তকাৰী পেনেলে এতিয়া অভিযোগনামা দাখিল কৰাৰ পৰামৰ্শ দিছে।

ন্যায়াধীশ শীল নাগু, জি এছ সন্ধৱলিয়া, অনু শিৱৰমণক লৈ গঠিত তিনিজনীয়া পেনেলে ৩ মে’ত নিজৰ প্ৰতিবেদন দাখিল কৰি বাৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে আৰু নগদ ধনখিনি ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ কথা লক্ষ্য কৰি তেওঁৰ ব্যক্তিগত কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে।

Apply Now

এই ঘটনাৰ পাছত দিল্লীৰ পৰা এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি হোৱা ন্যায়াধীশ বাৰ্মাই এই অভিযোগ অস্বীকাৰ কৰি তেওঁক অপবাদ দিয়াৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে আৰু তেওঁ বা তেওঁৰ পৰিয়ালৰ কোনো নগদ ধন জমা হোৱা নাছিল বুলি দাবী কৰিছে। পদত্যাগ কৰিবলৈ আহ্বান জনোৱাৰ পিছতো তেওঁ অস্বীকাৰ কৰাৰ ফলত চিজেআই খান্নাই ২০২৫ চনৰ ৯ মে’ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অভিযোগনামাৰ গোচৰৰ বাবে প্ৰতিবেদনখন প্ৰেৰণ কৰে। সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনত চৰকাৰে বাৰ্মাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ সম্ভাৱনা আছে,যি গৃহীত হ’বলৈ বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন।

উচ্চতম ন্যায়ালয়ে ভুল তথ্য প্ৰতিহত কৰিবলৈ জ্বলি যোৱা নগদ ধনৰ ভিডিঅ’ আৰু ফটো প্ৰকাশ কৰিছে। দিল্লী আৰক্ষীৰ তদন্তত ষ্ট’ৰৰুমত কোনো বাহ্যিক প্ৰৱেশৰ তথ্য পোৱা নগ’ল, যাৰ ফলত নগদ ধন ক’ত পৰা আহিল তাৰ বিষয়ে প্ৰশ্ন উত্থাপন হৈছে, যিটোৰ বিষয়ে বাৰ্মাই অজ্ঞাত আছিল বুলি জোৰ দি কয়, কিয়নো অগ্নিকাণ্ডৰ সময়ত তেওঁ মধ্যপ্ৰদেশত আছিল। এইঘটনা টোৱে অধিক ন্যায়িক জবাবদিহিতাৰ আহ্বান জনাইছে, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এছ এন ধিংৰাৰ দৰে কিছুমানে এই কাণ্ডৰ অধিক তদন্তৰ বাবে বাৰ্মাৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰাৰ পোষকতা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

September 15, 2026 12:03 pm
NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

চৌদি সমৰ্থিত সেনাক পৰাভূত কৰি হানিছ দ্বীপপুঞ্জ দখল কৰিলে হুথিয়ে!  কোন দিশে য়েমেনৰ ভৱিষ্যত?

September 15, 2026 10:37 am
৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

৩১৯ বছৰৰ পাছত ভাঙোনৰ পথত ইউনাইটেড কিংডম! স্বাধীনতাৰ দাবী স্কটলেণ্ড-ৱেলছ, আয়াৰলেণ্ডৰ

September 15, 2026 10:29 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

September 15, 2026 12:03 pm
NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd