DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিজেপিত যোগদান জ্যোতিৰাদিত্য সিন্ধিয়াৰ; মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভাৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2020 6:54 pm
Jyotiraditya Scindia

জ্যোতিৰাদিত্য সিন্ধিয়া

8.1k
VIEWS
Share on FacebookShare on Twitter

চাৰি বাৰৰ সাংসদ তথা য়ুপিএ চৰকাৰৰ পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

মধ্যপ্ৰদেশৰ প্ৰভাৱশালী প্ৰাক্তন কংগ্ৰেছ নেতা গৰাকীয়ে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নদ্দাৰ উপস্থিতিত বিজেপিত যোগদান কৰে।

বিজেপিত যোগদান কৰি সিন্ধিয়াই কংগ্ৰেছক পূৰ্বৰ কংগ্ৰেছ নহয় বুলি সমালোচনা কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কোটি কোটি ভাৰতীয় লোকে বিজেপিৰ প্ৰতি বিশ্বাস ব্যক্ত কৰিছে বুলি কয়।

মধ্যপ্ৰদেশত কংগ্ৰেছে ২০১৮ চনত ক্ষমতালৈ অহাৰ পাছত ১৮ মাহৰ ভিতৰত তেওঁলোকৰ সপোন ভংগ হ’ল বুলি উল্লেখ কৰি মধ্যপ্ৰদেশত খেতিয়কৰ ঋণ ৰেহাই দিয়া নহ’ল বুলিও প্ৰকাশ কৰে।

আনহাতে, বিজেপিত যোগদান কৰাৰ পাছতে জ্যোতিৰাদিত্য সিন্ধিয়া আৰু হৰ্ষ চৌহানৰ নাম বিজপিয়ে মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

উল্লেখযোগ্য যে, মধ্যপ্ৰদেশত ১১ খন ৰাজ্যসভাৰ আসন আছে। ইয়াৰ ভিতৰত ৩ খন আসন এপ্ৰিল মাহৰ পৰা খালী হৈ আছে।

মাৰ্চৰ ২৬ তাৰিখে ৰাজ্যসভাৰ খালী হৈ থকা আসন পুৰণৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

Recent News

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd