DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বাণিজ্যত ৬ টাকৈ স্থান দখলেৰে উজলিল কে চি দাস বাণিজ্য মহাবিদ্যালয়

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 25, 2019 11:28 am
বাণিজ্যত ৬ টাকৈ স্থান দখলেৰে উজলিল কে চি দাস বাণিজ্য মহাবিদ্যালয়
1.3k
VIEWS
Share on FacebookShare on Twitter

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজ্বলি উঠিছে মহানগৰীৰ ছাত্ৰীবাৰীস্থিত কে চি দাস বাণিজ্য মহাবিদ্যালয়।

মহাবিদ্যালয়খনৰ আয়ুশী জৈনে সৰ্বমুঠ ৪৬৮ নম্বৰ লাভ কৰি অসমৰ ভিতৰত বাণিজ্য শাখাত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।

ইয়াৰোপৰি, হানিচিকা চাওলাই ৪৫৮ নম্বৰ লাভ কৰি অসমৰ ভিতৰত সপ্তম স্থান দখল কৰে। লগতে দিশা জৈনে ৪৫৭ নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয়।

মহাবিদ্যালয় খনৰ দশম স্থানত আছে মুছকান পাচিছিয়া, জাগৰুতি চেঠীয়া আৰু ইচিকা আগৰৱাল। তেওঁলোকে লাভ কৰে মুঠ ৪৫৪ নম্বৰ।

মহাবিদ্যালয়খনৰ এইবাৰ উত্তীৰ্ণৰ হাৰ হ’ল ৯৯ শতাংশ। মহাবিদ্যালয়খনৰ পৰা এইবাৰ মুঠ ৩১১ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১২৫ গৰাকীয়ে ষ্টাৰ মাৰ্ক, ২৪৬ গৰাকীয়ে প্ৰথম বিভাগ, ৪১ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২১ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰিছে।

মহাবিদ্যালয়খনৰ প্ৰসিদ্ধ লাখটকীয়াই অৰ্থনীতি বিজ্ঞানত ৯৮ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে বিষয়টোত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd