• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

তামিলনাডুৰ ৮৫ বছৰীয়া ‘ইডলি আম্মা’ই নিজৰ লোকচান কৰি প্ৰব্ৰজিত শ্ৰমিকক ১ টকাত যোগান ধৰিছে ইডলি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 11, 2020 9:53 pm

1 min read

তামিলনাডুৰ ৮৫ বছৰীয়া ‘ইডলি আম্মা’ই নিজৰ লোকচান কৰি প্ৰব্ৰজিত শ্ৰমিকক ১ টকাত যোগান ধৰিছে ইডলি

কে কমলাথালে

796
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ ভাৰতীয় ৰাজ্য তামিলনাডুৰ ‘ইডলি আম্মা’ হিচাপে পৰিচিত কে কমলাথালে ল’কডাউনৰ সময়ত আৱদ্ধ হৈ পৰা শ্ৰমিক সকলক মাত্ৰ ১ টকাত ইডলিৰ যোগান ধৰিছে।

তামিলনাডুৰ ৮৫ বছৰীয়া কে কমলাথালে এইক্ষেত্ৰত লোকচানৰ সন্মুখিন হ’লেও তেওঁ ইডলিৰ দাম বৃদ্ধি নকৰি এনেদৰে আৱদ্ধ প্ৰব্ৰজিত শ্ৰমিক সকলক খাদ্যৰ যোগান ধৰি মহানুভৱতাৰ পৰিছয় দাঙি ধৰিছে।

ল’কডাউনৰ বাবে কে কমলাথালে নিজৰ ব্যৱসায়ত লোকচানৰ সন্মুখিন হ’লেও শ্ৰমিক সকলৰ ভোক দূৰ কৰাৰ বাবে ইডলিৰ দাম বৃদ্ধি নকৰিবলৈ সিদ্ধান্ত লয়।

‘‘প্ৰব্ৰজিত শ্ৰমিক সকল আমাৰ ইয়ালৈ আমাক সহায়ৰ বাবে আহিছে। তেওঁলোকে বিভিন্ন লোকৰ বাবে কেঁচা সামগ্ৰী উৎপাদনত জড়িত থাকি সহায় কৰি আছে,’’ ৮৫ বছৰীয়া কে কমলাথালে এইদৰে কয়।

আনহাতে, তামিলনাডুত আৱদ্ধ হৈ থকা বিভিন্ন ৰাজ্যৰ শ্ৰমিক সকলেও ইডলি আম্মাৰ ইডলি গ্ৰহণ কৰি ভোক দূৰ কৰাৰ লগতে বৃদ্ধা মহিলা গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

উল্লেখযোগ্য যে, ল’কডাউনৰ ফলত বিভিন্ন ৰাজ্যত প্ৰব্ৰজিত শ্ৰমিক সকল আৱদ্ধ হৈ পৰিবলগীয়া হৈ পৰিছে।

বহু শ্ৰমিক খোজকাঢ়ি নিজ গৃহলৈ উভতি অহাৰ লগতে কিছু সংখ্যক শ্ৰমিক এনেদৰে আহি থকা অৱস্থাত বাটত মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।

পৰৱৰ্তী সময়ত কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে প্ৰব্ৰজিত শ্ৰমিক সকলক নিজ ৰাজ্যলৈ ঘুৰাই অনাৰ বাবে বিশেষ শ্ৰমিক ৰে’লৰ ব্যৱস্থা কৰে।

Recent News

মৰ্মান্তিক; কাবাডী খেলি থাকোতেই মৃত্যু ঘটিল ২০ বছৰীয়া খেলুৱৈৰ

মৰ্মান্তিক; কাবাডী খেলি থাকোতেই মৃত্যু ঘটিল ২০ বছৰীয়া খেলুৱৈৰ

WhatsApp Image 2021-01-22 at 11.15.07 AM

পানী ঘোলা কৰি হোৱাইট হাউছ এৰি বিলাসী ৰিছ’ৰ্টত পত্নী মেলানিয়াৰ সৈতে ডোনাল্ড ট্ৰাম্প

২৭ জানুৱাৰিত অসমৰ এই কেইখন জিলাত স্থানীয় বন্ধ ঘোষণা

২৭ জানুৱাৰিত অসমৰ এই কেইখন জিলাত স্থানীয় বন্ধ ঘোষণা

Joe biden follow celebraty

সমগ্ৰ বিশ্বৰ মাত্ৰ এগৰাকী চেলিব্ৰেটিকেই ফল’ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে; কোন তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd