• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙত অবৈধ কয়লা খননৰ অভিযোগ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ

নংগি তেৰাং by নংগি তেৰাং
January 28, 2019 7:50 pm
110395-tqphgnoent-1547226782

অবৈধ কয়লা খননৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই(Karbi Anglong District Students Union চমুকৈ KAASU) কাৰ্বি আংলঙৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰত উল্লেখ কৰে যে কাৰ্বি আংলঙত অবৈধ কয়লা খনন হৈ আছে।  ছাত্ৰ সংগঠনটোৱে এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছত জানুৱাৰিৰ ২৮ তাৰিখ সোমবাৰে আবেলি প্ৰায় ২-৪৫ বজাত কেইখনমান ট্ৰাক জব্দ কৰে। এই ট্ৰাককেইখনত অবৈধ কয়লাৰে ভৰি আছিল। এই ট্ৰাককেইখন পাছত মাঞ্জা আৰক্ষী থানাক গটাই দিয়া হৈয়। উক্ত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে।

ছাত্ৰ সংগঠনটোৱে জিলা প্ৰশাসনক আহ্বান জনাইছে যে যাতে এই বিষয়ত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে। তাৰ ব্যতিৰেকে এক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি প্ৰকাশ কৰে কৰ্বি আংলং জিলা ছাত্ৰ সন্থাই। আছুৱে আৰু জনাইছে যে লাংমিলি, দেছোবাই, কুৰ্দং, দিলাই, চিলনিজান আৰু আন আন ঠাইতো অবৈধভাৱে কয়লা খনন হৈ আছে।

Apply Now

কাৰ্বি আংলঙত বিগত কংগ্ৰেছ চৰকাৰৰ আমোলৰ পৰাই অবৈধভাৱে কয়লাৰ খনন হৈ আহিছে। আৰু বিজেপিয়ে ৰাজ্যত চৰকাৰ গঠন কৰাৰ লগে লগে এই অবৈধ খনন কাৰ্যই এটা নতুন শক্তি লাভ কৰিলে। এইচ্চএডি মন্ত্ৰী ছুম ৰংহাঙৰ ছত্ৰ-ছায়াতেই অবৈধ খনন কাৰ্য চলি আছে বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে সময়ে সময়ে বিভিন্ন নাগৰিক সংগঠনসমূহে জিলা প্ৰশাসনৰ ওচৰত অবৈধ খনন সম্পৰ্কে অভিযোগ উত্থাপন কৰি আহিছে কিন্তু কোনো ফল হোৱা নাই। পৰিষদ, আৰক্ষী, জিলা প্ৰশাসন আৰু সংবাদ মাধ্যমক টকাৰে কিনি ৰখা বুলিও ছাত্ৰ সংগঠনটোৱে অভিযোগ তোলে। এটা নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ যে ডিফুৰ কেইটামান সংবাদ গোষ্ঠী আৰু সাংবাদিকক বছৰি ২.৫ লাখ টকাকৈ দি মুখ বন্ধ কৰি ৰখা হৈছে।

উল্লেখ্য যে কাৰ্বি আংলঙৰ কয়লা উচ্চ গুণমান বিশিষ্ট নহয়। কিন্তু মেঘালয়ৰ পৰা অনা উন্নত মানৰ কয়লাৰ সৈতে মিহলি কৰাত এই কয়লা ব্যৱহৃত হৈ আহিছে। নাগালেণ্ডত কাৰ্বি আংলঙৰ অবৈধভাৱে খনন কৰা এই কয়লাৰ যথেষ্ট চাহিদা আছে আৰু প্ৰতি নিশা ইয়াৰে অধিকাংশ পৰিবহণ হয়।

নংগি তেৰাং

নংগি তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

নগাঁও উপ-নিৰ্বাচনৰ ৰণডংকা! তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, চূড়ান্ত যুঁজত অৱতীৰ্ণ হ’ব ১৫ গৰাকী প্ৰাৰ্থী

September 21, 2026 3:00 pm
মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd