• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পশ্চিম কাৰ্বি আংলঙত যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ‘কবিৰাজ’ক মৰিয়াই হত্যা

নংগী তেৰাং by নংগী তেৰাং
July 5, 2019 7:37 am
Dead-Ali-1140x570

হোজাই জিলাৰ ৰাইকাটা চন্দনপুৰৰ বাসিন্দা হুছেইন আলীক একাংশ উত্তেজিত ৰাইজে মৰিয়াই হত্যা কৰে। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম আৰক্ষী চকীৰ অন্তৰ্গত ছিতই আদং গাঁৱত একাংশ উত্তেজিত লোকে বৃহস্পতিবাৰে দুগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজন ভণ্ড কবিৰাজক মৰিয়াই হত্যা কৰে।

নিহত কবিৰাজজনক হোজাই জিলাৰ ৰাইকাটা চন্দনপুৰৰ বাসিন্দা হুছেইন আলী(৪৫) বুলি চিনাক্ত কৰা হৈছে।

Apply Now

অভিযোগ অনুসৰি অঞ্চলটোত অন্ধবিশ্বাসৰ বাবে জনসাধাৰণৰ অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি হুছেইন আলীয়ে দীৰ্ঘদিন ধৰি তেওঁৰ বেজালি চলাই আহিছিল।

তদুপৰি, অভিযোগ অনুসৰি হুছেইন আলীয়ে পুৰুষ আৰু মহিলা উভয়ৰে চিকিৎসা কৰিছিল যদিও মহিলা আৰু যুৱতী ৰোগীৰ প্ৰতি বিশেষ মনযোগ দিছিল।

স্থানীয় লোকে জানিবলৈ দিয়ে যে ‘’তেওঁলোকক হুছেইনে এক বন্ধ কোঠাত চিকিৎসা কৰিব বিচাৰে।‘’ ৩ জুলাইত তেওঁ একেদৰে এটা বন্ধ কোঠাত এগৰাকী যুৱতীৰ চিকিৎসা কৰিছিল।

বৃহস্পতিবাৰেও সেই একেখন গাঁৱৰে আন এগৰাকী যুৱতীক একেদৰেই বন্ধ কোঠাত চিকিৎসা কৰি আছিল।

আনহাতে, তেওঁ তাৰ পৰা যাবলৈ ওলোৱাৰ সময়তে উপস্থিত একাংশ ৰাইজে ছোৱালীজনীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি আক্ৰমণ কৰে।

গাঁওখনৰ গাঁওবুঢ়াগৰাকীয়ে একাংশ ৰাইজে মানুহজনক প্ৰহাৰ কৰাৰ বিষয়ে ডংকামুকাম আৰক্ষী চকীক অৱগত কৰে।

আৰক্ষীয়ে ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আহত আলীক হাস্পাতললৈ নিয়ে যদিও তেওঁৰ মৃত্যু হয়।

পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে হামৰেণত সংবাদ মাধ্যমৰ আগত কয়, ‘’কোনেও নিজৰ হাতত আইন তুলি ল’ব নোৱাৰে।‘’

আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে কয়, ‘’ আমি ঘটনাস্তলী পৰিদৰ্শন কৰিছো। ছিটই আদঙৰ গাঁওবুঢ়াই এজন মানুহক প্ৰহাৰ কৰাৰ বিষয়ে ডংকামুকাম আৰক্ষী চকীত ৰাতিপুৱা প্ৰায় ১০.৪৫ বজাত আহি জনাইছিল। তাৎক্ষণিকভাৱে তাৰ ভাৰপ্ৰাপ্ত বিষয়াই গাওঁবুঢ়াৰ সৈতে গাঁওখনলৈ যায় আৰু ঘটনাটোৰ সত্যাসত্যতা জানিব পাৰে।‘’

‘’তেওঁক চিকিৎসাৰ বাবে অসামৰিক হাস্পাতললৈ নিয়া হয়। অৱশ্যে, চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষী ঘটনাস্থলীলৈ উভতি যায় আৰু সোধপোছ কি জানিব পাৰে যে কবিৰাজী চিকিৎসাৰ নামত কবিৰাজ আলীয়ে দুগৰাকী যুৱতীৰ লগত অশালীন ব্যৱহাৰৰ কৰাৰ পৰিণতিতে ঘটনাটো সংঘটিত হয়,’’-তালুকদাৰে কয়।

‘’ যিয়েই নহওক এয়া প্ৰথমতে আৰক্ষীক জনাব লাগিছিল। আমি আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিলোহেঁতেন। আইনৰ ঊৰ্দ্ধত কোনো নহয় আৰু কোনোৱো নিজৰ হাতত আইন তুলি ল’ব নোৱাৰে,’’-আৰক্ষী অধীক্ষক তালুকদাৰে লগতে কয়।

আৰক্ষীয়ে ঘটনাটোৰ অনুসন্ধান অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তালুকদাৰে কয়, ‘’ আমি এটা গোচৰ ৰুজু কৰিছো আৰু দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব।‘’

 

নংগী তেৰাং

নংগী তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd